মিলাৰামৰ আত্মজীৱনী class 12

পাঠটোৰ মূল বক্তব্য • মিলাৰামে তেওঁৰ পূৰ্বপুৰুষসকলৰ পৰিচয় ‘মিলাৰামৰ আত্মজীৱনী’ নামৰ প্ৰবন্ধটোত তুলি ধৰিছে। হাস্যৰসৰ মাজেৰে প্ৰবন্ধটোত সমাজৰ একাংশ লোকৰ ফোপোলা স্বৰূপটো প্ৰকাশ পাইছে। ● তিনিগৰাকী ব্যক্তিৰ প্ৰেৰণাত মিলাৰামে তেওঁৰ জীৱন বৃত্তান্ত লিখা বুলি প্ৰকাশ কৰিছে। এই তিনিগৰাকীৰ এগৰাকী তেওঁৰ ঘৈণীৰ ফালৰ, এগৰাকী মাতৃৰ ফালৰ আৰু এগৰাকী পিতৃৰ ফালৰ। এই তিনিফালৰ আত্মীয় তিনিওগৰাকী ব্যক্তিয়ে মিলাৰামক … Read more