Made in Nalbari | মেড ইন নলবাৰী ২ ডিচেম্বৰত মুক্তিলাভ কৰিব

বয়সৰ ভিন্নতা থকা তিনিজন মানুহ ঘটনাক্ৰমে টেক্সি এখন লৈ কৰিব লগা এটা যাত্ৰাত লগ হ’ল, যিটো যাত্ৰাই তেওঁলোকৰ জীৱন সলনি কৰি দিলে। পথৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰে নিৰ্মাণ হৈছে এখন অসমীয়া চিনেমা মেড ইন নলবাৰী। পৰিচালনা কৰিছে তনুজ নাথে, আনহাতে ‘ফ্লেশ্ববেক ফিল্মছ’ৰ বেনাৰত প্ৰযোজনা কৰিছে উমেশ নাথে। ছবিখনৰ কাহিনী পৰিচালক তনুজ নাথৰ, চিত্ৰনাট্য-সংলাপ লিখিছে ঝুলন কৃজ্ঞ মহন্তই। … Read more