হেৰ বাঁহী lyrics | hero bahi lyrics
বাঁহীহেৰ’ বাঁহী তোক বৰ ভাল পাওঁ দেহি মোৰ বাঁহী তোক বৰ ভাল পাওঁ দেহি তোৰ সুৰৰ আঁচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমাৰ ৰাতি । আমোলখি হাবিত যেনেকৈ হৰিণ হৰিণী চৰে ময়ো গুচি যাওঁ ভৈয়ামে-দৈয়াঙে ক’ৰবালে তোৰ সুৰৰ আঁচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমাৰ ৰাতি । যাওঁ ৱে বা কিমান দূৰ সুৰ পাহৰিলে, তোৰ … Read more