Protitu pol lyrics

তুমি ঢালি দিলাহি বুকুতে মোকঅবুজ শিহৰণপাখি মেলি উৰি গুচিআবিচাৰি হিয়াৰ সমীৰণহেঙুলী কি ৰঙে,তোমাকে সুৱাৰালে,ৰদালীয়ে মিছিকি হাঁহে এ এ,সপোনে চোৱা কে,মুৰেনো দুচকুতে,তোমাৰে কোমল পৰশতে প্ৰতিটো পল প্ৰতিটো উশাহতে তুমি অ হখোজে খোজে মোৰ তুমিয়ে হিয়াৰ লগৰী ।প্ৰতিটো পল প্ৰতিটো উশাহতে তুমি অ হখোজে খোজে মোৰ তুমিয়ে হিয়াৰ লগৰী।জোনাকৰে দলিচাত, অনুৰাগী ভাবনাত তোমাৰে মিঠা হাঁহি ফুলি উঠেকলিজাৰে … Read more