Mon jai lyrics | মন যায়

মন যায় মোৰো মন যায়মন যায় মোৰো মন যায়চকুত চকু থৈ চাবলেলাহে লাহে ওচৰ পাবলেকাষে কাষে খোজ দিবলেমন যায় মোৰো মন যায়চকুত চকু থ’ব মন যায় তোমাক দেখা পালে সপোন জাগি উঠেবুকুখনি হয় তাজমহলমন নদি হৈ মৰম সুতি বয়ধৌ বোৰ তাত হয় সাথৰসন্মুখত যেতিয়া তোমাক দেখোযাযাবৰ অভিমান মুঠিতে ৰাখোমন যায় মন যায় মন যায় টুকুৰা … Read more