ক্ৰিপ্তকাৰেন্সি মানে কি? ক্ৰিপ্তকাৰেন্সি কিয়ো ইনবেষ্ট কৰিব লাগে?

ক্ৰিপ্তকাৰেন্সি কি? ক্ৰিপ্তকাৰেন্সি কিয়ো ইনবেষ্ট কৰিব লাগে?

সময়বোৰ বাগৰি আহি আহি মানুহৰ চিন্তাধাৰা সলনি হবলৈ ধৰিলে। আজি কালি টকাক বাহৰ চুঙা, বাকচ, আলমাৰ-চুট্‌কেছ আদি জেগাত মানুহে টকা জমা কৰি নথয়। জীৱন বিমান, মুচুওল ফাণ্ড, ইষ্টোক মাৰ্কটে ইত্যাদি, এইবোৰত হাই ৰিটাৰ্ণ, ৰিক্স, লো ৰিটাৰ্ণত মানুহে টকা জমা কৰি ভাল পায়। ইয়াৰ বিষয়ে আপোনালোকে জানিব পাৰে বা নাজানিব পাৰে, কিন্তু আজি আপোনালোকৰ লগত ইয়াৰ বিষয়ে আলোচনা নকৰিম, বিশেষভাবে ক্ৰিপ্তকাৰেন্সিৰ এপৰত, ইয়াত ক্ৰিপ্তকাৰেন্সি কি? ক্ৰিপ্তকাৰেন্সি কেনেকৈ কাম কৰে? ক্ৰিপ্তকাৰেন্সি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি?  ক্ৰিপ্তকাৰেন্সি ইনবেষ্ট কৰাটো ভাল নে বেয়া? ক্ৰিপ্তকাৰেন্সিৰ মুল্য কিমান?

            একটি ক্ৰিপ্তকাৰেন্সিক ক্ৰিপ্ত মুদ্ৰা বা ক্ৰিপ্ত হল বিনাৰী ডাটা, যাক বিনিময়ৰ মাধ্যম হিচাপে  ব্যৱহাৰ কৰাৰ বাবে ডিজাইন কৰা হৈছে। যত ব্যক্তিগত মুদ্ৰা মালিকৰ ৰেকটসমূহ কম্পিউটাৰত ডাটাবোৰ এটা একাউন সংৰক্ষন কৰা হয়, যত লেনদেন ৰেকটক সুৰক্ষিত কৰি ৰাখিবৰ বাবে শক্তিশালী ক্ৰিপ্তগ্ৰাফিৰ ব্যৱহাৰ কৰা হয়, নিয়ন্ত্ৰণ কৰোতে অতিৰিক্ত মুদ্ৰা সৃষ্টি কৰা, আৰু মালিকৰ মুদ্ৰাৰ স্হানান্তৰ কৰা।

ক্ৰিপ্তকাৰেন্সিক নিজৰ মোবাইলতে ব্যৱহাৰ কৰিব পাৰি, নিজৰ মোবাইলত প্লেষ্টৰত গৈ কইনছুইচ কুবেৰ এপ ইন্‌ষ্টল কৰি নিজৰ নাম ঠিকনা, পান কাৰ্ড বা আধাৰ কাৰ্ড, ছেলফি ফটো দি কেৱাইচি কৰি একাউন খুলি লৈ কিছু বিটকইনো লাভ কৰিব পাৰিব। ইয়াত এশ টকাৰ পৰা ইনবেষ্ট কৰিব পাৰি।

ক্ৰিপ্তকাৰেন্সিইনবেষ্ট কৰাত ভাল  বেয়া দুয়োটাই আছে। নিজৰ ইচ্ছা মতে কোন কিমান গৈ আছে, তাতে দিন, মাহ, বছৰ টিপ গ্ৰাফ চাই নিজৰ টকা ইন্‌বেষ্ট কৰিব পাৰি। উল্লেখযোগ্য যে ইয়াত হাই ৰিটাৰ্ণ, হাই ৰিস্ক লব লাগিব, ২০-২৫ শতাংশ কম বেছি হৈ থাকে। ইয়াত কোনো বস্তু বেছি, লোন লৈ ইন্‌বেষ্ট নকৰিব, নিজৰ টকা এভেইলেভল থাকিলে ইন্‌বেষ্ট কৰিব।

            বৰ্তমান ক্ৰিপ্তকাৰেন্সিৰ মুল্য দিনক দিনে হৈ আহিছে, যেনে বিটকইনৰ মুল্য ৩৪ লাখ হৈ গৈছে, ইয়াৰ মুল্য কম বেছি হৈ থাকে। ভাবি চাওঁক ২০০৯ চনত একটকাৰ মুল্য এতিয়া ৩৪ লাখ হৈছে। এনেদৰে বিটকইনৰ দৰে ইথেৰেউম, ডককইন, লিটকইন আদিৰ নাম উল্লেখ কৰিব পাৰি।

Leave a Comment