দ্বাদশ শ্ৰেণীৰ শিক্ষা বিষয়

দ্বাদশ শ্ৰেণীৰ পিছত পঢ়িব লগীয়া বিষয়

জীৱনত সিদ্ধান্ত সৰু লয় না ডাঙৰ লয়, কিন্তু ইয়াক পচন্দ কৰা তোমাৰ অতি গুৰত্বপূৰ্ণ। জীৱনৰ গতিত শুদ্ধ জীৱনৰ গতি পচন্দ কৰাটো আপোনাৰ অতি প্ৰয়োজন। কিন্তু আজি কালিৰ ছাত্ৰ-ছাত্ৰীয়ে কলেজত যোৱাটো সম্পূৰ্ণ কৰি দিয়েই, কিন্তু দ্বাদশ পাছ কৰি  কোনটো লম কোনটো নলম, কিন্তু তেওঁলোকে একো বুজি নাপায়। কোনোৱা নিজৰ মানুহ লিখা পঢ়া মানুহ থাকিলেহে তেওঁলোকক ভালদৰে বুজাই দিয়ে। কিন্তু যিসকলে এনে কোনো পথপ্ৰদৰ্শক তেওঁলোকে কোনো পচন্দ নকৰাকৈ যিকোনো বিষয় লয়, পিছত মুখ থেকেচা খাব লাগে। কিছুমান নিজৰ পচন্দ অনুসৰি মানুহে কমাৰ্চ বিষয লৈ, কিছমানে আটৰ্চ আৰু কিছুমানে চায়েন্চ বিষয় লৈ পঢ়ে। গতিকে এনেকুৱা নিজৰ পচন্দ বিষয় লৈ আগলৈ পঢ়িব লাগে আৰু নিজৰ কেৰিয়া বনাৱ লাগে। তেতিয়া ইয়াৰ বিষয়ে আজি আপোনালোকক বিতংগকৈ আলোচনা কৰিম। দ্বাদশ শ্ৰেণীৰ পিছত কি পঢ়ো?  What to do after 12th? আটৰ্চ, কমাৰ্চ আৰু চায়েন্চ? আহোওঁক জানো? আমি সকলোৱে জানো যে দশম শ্ৰেণীলৈকে একে বিষয়ৰ ওপৰত সকলোৱে পঢ়ে, তাৰ পিছত নিজৰ কেৰিয়াৰ হিচাপে বিষয়টো পচন্দ কৰি পঢ়া হয়। ইঞ্জিনিয়াৰ, ডাক্টৰ আদি হবলৈ চায়েন্চ লব লাগে, কিন্তু বেঙ্কত চাকৰি পাবলৈ একাউনটি হবলৈ হলে আপোনাকে কমাৰ্চ বিষয় লব লাগে। যদি আপোনাক ৰাজনৈতি, উকিল আদি হবলৈ হলে আটৰ্চ বিষয়টো একাদশ আৰু দ্বাদশত পঢ়ি লাগে। কিন্তু দ্বাদশ শ্ৰেণী পাছ কৰাৰ পিছত ভাল বিষয়ৰ ওপৰত বাচনি কৰি পঢ়িব লাগে। দ্বাদশ শ্ৰেণীৰ পিছত কি কৰো? কমাৰ্চ, আৰটৰ্চ আৰু চায়েন্চ? কমাৰ্চৰ বিষয়ে পঢ়িলে কমাৰ্চৰ বিষয়ৰ পদ্ধিতিৰে পঢ়িব লাগে, নাইবা আটৰ্চ বিষয়ত পঢ়িলে আটৰ্চৰ পদ্ধিতিৰে পঢ়িব লাগে আৰু চায়েন্চ বিষয়ত পঢ়িলে ইঞ্জিনিয়াৰ, ডাক্টৰ বিষয়ৰ ওপৰত পঢ়িব লাগে। তেতিয়া আহোওঁক এটা এটাকৈ এই তিনিটা বিষয়ৰ ওপৰত ভালদৰে জানিম? হাইৰ চেকেণ্ডাৰী পাছ কৰাৰ পিছত আমাৰ মনত সদায় মনত আহে আমি কি কৰিব লাগে? কোনোটো ওপশ্চন আমাৰ বাবে বেষ্ট হয়দ্বাদশ শ্ৰেণী পাছ কৰাৰ পিছত এনেকুৱা প্ৰশ্ন সকলো মনত থাকে? আৰু সু বিবেচনাই এজন মানুহক সফলতা কৰি তোলে। সদায় মনত ৰাখিবা, সদায় গুৰুত্ব দিবা যিটো কৰি তোমাক ইন্টাৰেষ্ট লাগে, পঢ়ি মজা লাগে, তেতিয়াহে জীৱনত সফলতা লাভ কৰিব পাৰিব।

দ্বাদশ পাছ কৰি বহুত বিষয় আছে।ইয়াৰ বিষয়ে তলত আলোচনা কৰা হল-

১. আটৰ্চত বি এঃ  যদি তুমি বেচ্চেলৰ অফ্ আটৰ্চ কৰিব বিচৰা তেতিয়া গ্ৰেজুশ্বন কৰি পাৰি। ইয়াৰ তুমি কোনো ভাল কোম্পানীত কাম কৰিব পাৰি।

২. মাচ কমউনিকেশ্বন এণ্ড জাৰ্ণলিষ্টঃ যদি আপোনাকে কমউনিকেশ্বন, জাৰ্ণলিষ্ট আদি ইন্টাৰেষ্ট লাগে তেন্তে কৰিব পাৰা। তেতিয়া আপোনাকে ভাল কোম্পানীত চাকৰি পাৱ। আগলৈ গৈ ইয়াত উত্তম অপশ্চন হয়।

৩. Law (আইন)  যদি আপোনাক উকিল বা এটবোকেট হবলৈ ইচ্ছা আছে তেতিয়া আইন বিষয়ত পঢ়ি পাৰে আৰটৰ্চ পঢ়াৰ পিছত।

৪. বেচ্চেলৰ অফ্ চছিয়েল ৱৰ্ক(BSW) তুমি যদি চছিয়েল ৱৰ্ক কৰিব বিচৰা তেতিয়া ইয়াত গ্ৰেজুয়েশ্বন কৰিব লাগে।

৫. চৰকাৰী চাকৰিত পৰীক্ষাঃ যদি তুমি আগলৈ পঢ়াৰ ইচ্ছা নাই তেতিয়া চৰকাৰী চাকৰি পৰীক্ষা দিব পাৰিবা। দ্বাদশ পাছ কৰাৰ পিছত এছ এছ চি পৰীক্ষা দি, চৰকাৰী চাকৰি কৰিব পাৰা।

কমাৰ্চ কৰাৰ পিছত কি কৰা উচিত, তুমি যদি দ্বাদশ শ্ৰেণীত কমাৰ্চ বিষয়ত লৈছা, তেতিয়া আগলৈ গৈ চাকৰী বহুত সুবিধা পাব পাৰি। যেনে বেঙ্কিং, একাউনটিং, চি এ আদিৰ দৰে চাকৰীতো আবেদন কৰিব পাৰি। দ্বাদশ শ্ৰেণী পাছ কৰাৰ পিছত আপোনালোকে এইবিলাকক আবেদন কৰিব পাৰি।

১. দ্বাদশত কমাৰ্চ কৰাৰ পিছত বি.কমঃ কমাৰ্চ কৰাৰ পিছত বি.কম পঢ়িবলৈ যিকোনো কলেজত তিনি বছৰৰ বাবে বি.কম পঢ়িব লাগে। যদি তুমি গ্ৰেজুয়েট হৈ যায় তেতিয়া ভাল কোম্পানীত চাকৰি কৰিব পাৰিব।

২. বেঙ্কিং এণ্ড ইনচুৰেন্স(বিবিআই-BBI) একাদশ আৰু দ্বাদশ শ্ৰেণীত কমাৰ্চ পাছ কৰাৰ পিছত বেঙ্কিং এণ্ড ইনচুৰেন্স পঢ়াৰ বাবে আবেদন কৰিব পাৰি। ইয়াত ইনচুৰেন্স আৰু বেঙ্কিংৰ বিষয়ে পঢ়িবলৈ সুবিধা পায়। যত আপোনালোকে পিছত অতি সোনকালে বেঙ্কত চাকৰি পাব পাৰি।

৩. দ্বাদশত কমাৰ্চ কৰাৰ পিছত চার্টার্ড একাউনটেত(CA)ঃ  একাদশ আৰু দ্বাদশত কমাৰ্চ কৰাৰ পিছত চার্টার্ড একাউনটেত কাৰণে আবেদন কৰিব পাৰি। ইয়াত বেছিকৈ দৰমহা পাব পাৰি। এই কোর্স বহুত জনপ্ৰিয়, বহুত কমাৰ্চ ছাত্ৰ-ছাত্ৰীয়ে এই কোর্সক লোৱা দেখা যায়।

৪. কোম্পানী ছেক্ৰেটাৰী(Company Secretary) যদি তুমি কোনো ভাল কোম্পানীত ছেক্ৰেটাৰী হবলৈ ইচ্ছা আছে তেতিয়া এই কোর্স লবৰ বাবে আবেদন কৰিব পাৰি।

৫. বেচ্চেলৰ অফ্ বিচনেছ এডমিনিষ্টেটৰ(BBA)যদি আপুনি বিজিনেচ কৰিবলৈ ইচ্ছা আছে তেন্তে বি বি এ কৰিব পাৰে। আৰু এই এটা ভাল অপশ্চনো হয়।

৬. বেচ্চেলৰ অফ্ মেনেজমেণ্ট ষ্টাডিজ(BMS) দ্বাদশ পাছ কৰাৰ পিছত বি এম এছ পঢ়ি বহুত ডাঙৰ ডাঙৰ কোম্পানীত চাকৰিত আবেদন কৰিব পাৰি আৰু ভাল কেৰিয়াও বনাব পাৰি।

৭. চৰকাৰী পৰিক্ষাঃ যদি তুমি আগলৈ পঢ়াৰ ইচ্ছা নাই তেতিয়া চৰকাৰী চাকৰি পৰীক্ষা দিব পাৰিবা। দ্বাদশ পাছ কৰাৰ পিছত এছ এছ চি পৰীক্ষা দি, চৰকাৰী চাকৰি কৰিব পাৰা।)

আহোওঁক চায়েন্চ(বিজ্ঞান) পঢ়াৰ পিছত কি কৰো বা কি পঢ়ো?, ইয়াৰ বিষয়ে আলোচনা কৰোঁ। চায়েন্চ সেই সকল ছাত্ৰ-ছাত্ৰীয়ে লয় যিয়ে ভাল ফলাফল নম্বৰ লাভ কৰি চায়েন্চত নাম লগায়, বিজ্ঞানত বিষয়ত অকনমান হলেও কঠিন বিষয় সেইসকলৰ পঢ়াত তীক্ষন।  সেইকাৰণে ইনঞ্জিনিয়াৰ, ডাক্তৰ আদি কৰে, আৰু আগলৈ গৈ ভাল ইনঞ্জিনিয়াৰ, ডাক্তৰ আদি হয়। এই ফিলত এনে বহুতো অপশ্চন আছে, যত দ্বাদশ পাছ কৰাৰ পিছত কৰিব পাৰে।

১. দ্বাদশৰ পিছত বি.টেক(B.Tech)ঃ যদি আপুনি কম্পিউটাৰ ইনঞ্জিনিয়াৰ, মেকানিকেল ইনঞ্জিনিয়াৰ নাইবা চিভিল ইনঞ্জিনিয়াৰ হবলৈ ইচ্ছা আছে, তেতিয়া ইয়াৰ বাবে বি. টেক কোৰ্সৰ বাবে আবেদন কৰিব লাগে। ইয়াৰ বাবে কৰবাত এণ্ডট্ৰেছ পৰীক্ষা দিব লাগে বা ডাইৰেকো দিব পাৰে।

২. পি এম টি(PMT)ঃ যদি আপুনি দ্বাদশ শ্ৰেণীত বায়োলজী(জীববিজ্ঞান) লৈছিল, তেতিয়া ইয়াৰ বাবে প্ৰিৰ মেডিকেল টেষ্টৰ কাৰণে আবেদন কৰিব পাৰে। আৰু ইণ্ডট্ৰেছ পৰীক্ষা পাছ কৰি ইয়াৰ ডাক্তৰৰ বিষয়ে পঢ়িব পাৰে।

. বেচ্চেলৰ অফ্ চায়েন্চ(B.SC)ঃ  যদি আপুনি আগলৈ চায়েন্চত পঢ়িব বিচাৰে বা গ্ৰেজুয়েশ্বন কৰিব বিচাৰে তেতিয়া বি.এছ চি কৰিব পঢ়িব বাবে আবেদন কৰিব পাৰে।

৪. দ্বাদশৰ পিছত নেশ্বনেল ডিফেন্স চাৰ্ভিছ(NDA)ঃ যদি আপুনি দ্বাদশৰ পিছত এন ডি এ কৰিব বিচাৰে কৰিব পাৰে। যেনে আৰ্মী, নেভি, বায়ুসেনা আদি কৰিব পাৰি। এইটোবে বহু ভাল অপশ্চন হয়।

    আপোনালোকক যিবোৰ কোৰ্সৰ বিষয়ে জনালোঁ এইবিলাক দ্বাদশ শ্ৰেণী পাছ কৰাৰ পিছত কৰিব পাৰে। আটৰ্চ, কমাৰ্চ, চায়েন্চৰ ছাত্ৰ-ছাত্ৰীয়ে যিকোনো ফিলত নিজৰ  কেৰিয়া সকলোতে কৰিব পাৰে। সকলো বিষয় নিজৰ নিজৰ বেষ্ট হয়। ইয়াৰ কোনো কাৰো কম নহয়। মনত ৰাখিবা সদায় নিজৰ পচন্দ মতে কাম কৰিব, যত তুমি কৰি ভাল লাগে বা আপোনাক যিটো বিষয়ত পঢ়ি মজা লাগে, তাকেহে কৰিবা। জবৰ্যোদছটি পঢ়ি মন নজৱাক পঢ়িবলৈ চেষ্টা নকৰিব। ইয়াত তোমাৰ একো নহয়, নিজৰ সময়, টকা-পইচাৰহে লোকচান হব। সদায় সেইটো কৰিবা যত আপোনাক ইন্টাৰেষ্ট লাগে। সহজ হলেও, কঠিন হলেও নিজৰ ইন্টাৰেষ্ট শুদ্ধ বাট দেখুৱাই দিব।

 দশম শ্ৰেণীৰ পিছত কি পঢ়িম? জানিবলৈ ক্লিক্ কৰক

Leave a Comment