বৰ্তমান চছিয়েল মিডিয়াত ভাইৰেল হৈ আছে তামিল ভাষাৰ গানত। ফেছবুক, টুইটাৰ, ইষ্ট্ৰাগ্ৰাম, ৱাটছএপ আদি কেই ছেকেণ্ডৰ ভিডিঅ’বে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছে। শ্ৰীলঙ্কাৰ জনপ্ৰিয় গায়িকা য়োহানি(য়োহানি ডে চিলভা)য়ে তামিল ভাষাত ‘মানিকে মাগে হিথে’ গাই বৰ্তমান চছিয়েল মিডিয়াত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। এই গানৰ ভাষা নুবুজিলেও সকলো ভাৰতবাসীয়ে শুনি ভাল পালে, আনকি বলিউডৰ অভিনেতা অমিত্বা বচ্ছনেও নিজৰ টুইটাৰত পোষ্ট কৰিছে।
T 3998 – क्या किया .. क्या हो गया 🤣🤣 !But truly an ode to that incredible Sri Lankan song ‘Manike Mage Hithe’ ..edited here to my KALIA song by the genius NAVYA NAVELI..BUT honestly Manike.. playing in loop whole night .. impossible to stop listening.. SUUUPPEEERRRBBB 🎶🎶🎶🎶 pic.twitter.com/va0kEUHHVq— Amitabh Bachchan (@SrBachchan) August 15, 2021
উল্লেখযোগ্য যে এই ভাৰতবৰ্ষত বহু ভাষাবাসী, লোক-সংস্কৃতি, নানান বৰণৰ মানুহে বাস কৰে, তথাপি সকলোৱে একে লগে মিলা-প্ৰীতিৰে থাকি এনাজৰি বান্ধি ৰাখে। যাৰফলত এই সঙ্গীত তামিল ভাষা হলেও সকলো ভাৰতবাসীৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।