অহাৰ দৰে উভতি আঁতৰি গ’লা
বাটে বাটে ফুল সিঁচি থৈ
ৰ’দৰ তাপত মৰহি শুকালেও
তোমাৰ কথাকে আছে কৈ
অহাৰ দৰে উভতি আঁতৰি গ’লা
বাটে বাটে ফুল সিঁচি থৈ
ৰ’দৰ তাপত মৰহি শুকালেও
তোমাৰ কথাকে আছে কৈ
ভৰ বাৰিষাৰ মেঘৰ দৰেই
আহিছিলা বুৰাও বুলি
ভৰ বাৰিষাৰ মেঘৰ দৰেই
আহিছিলা বুৰাও বুলি
বৰষি বৰষি মোৰ জীৱনত
তিয়ালা যে পথৰ ধূলি
নাজানো কিয় তমিয়েই আঁতৰি গ’লা
বুকু ভৰা অভিমান লৈ
অহা দৰে ওভতি আঁতৰি গ’লা
বাটে বাটে ফুল সিঁচি থৈ
ৰ’দৰ তাপত মৰহি শুকালেও
তোমাৰ কথাকে আছে কৈ
বাৰিষাৰে ঢল আকৌ শুকাল
মাথো পৰি ৰ’ল বালিচৰ
বাৰিষাৰে ঢাল আকৌ শুকাল
মাথো পৰি ৰ’ল বালিচৰ
জীৱন দিঙা মোৰ তাতেই মেলিলো
বথা তোমাৰ চেনেহৰ
আজি যে শুকাল প্ৰিতিৰ নদী খনি
লাগি আছো মোহনাত গৈ
অহা দৰে উভতি আঁতৰি গ’লা
বাটে বাটে ফুল সিঁচি থৈ
ৰ’দৰ তাপত মৰহি শুকালেও
তোমাৰ কথাকে আছে কৈ
তোমাৰ কথাকে আছে কৈ
তোমাৰ কথাকে আছে কৈ
এলবামঃ সুৰৰ মন্দাকিনী(২০০১)
কণ্ঠঃ মন্দিৰা শৰ্মা লাহড়ী
সুৰঃ চৈয়দ ছাদুল্লা
কথাঃ সূৰ্য কু. ৰাজা