কৈ দিয়া | KOI DIA Lyrics | MONTU MONI SAIKIA | PAPORI GOGOI

কৈ দিয়া ৩
তুমি যে মোক ভাল পোৱা
কৈ দিয়া ৩
তুমি যে মোক ভাল পোৱা
এবা নেদেখিলে কেনে লাগে
তুমি বুজা নে!
তেমাৰেই ছবি আকোঁ মনতে
অ’ আকলুৱা অভিমানে আঘুছি ধৰে
বুকুৱেদি বৈ বৈ যায
তোমালে থকা ভাল পোৱা
প্ৰণয়ৰে ফাগুণ জাকে
দি যায় তোমাৰ বতৰা
বুকুৱেদি বৈ বৈ যায
তোমালে থকা ভাল পোৱা
প্ৰণয়ৰে ফাগুণ জাকে
দি যায় তোমাৰ বতৰা

মই তোমাৰ হ’ব খোজোঁ
প্ৰতি পলে, প্ৰতি ক্ষণে
হিয়াৰ দুৱাৰ খুলি দিয়া
আধৰুৱা জীৱন
তোমাকে লৈ দেখো সপোণ
তুমি জানো জানা
মোৰ সোণ।
সিচি দিয়া না আশাৰ ৰেঙণি
আৱেগত উৰণীয়া মন
থাপি লোৱানা হিয়াৰ কোঠালিত
সদায়ে তোমাৰ হৈয়ে ৰ’ম
এবাৰ নেদেখিলে কেনে লাগে
তুমি বুজা নে।
তোমাৰেই ছবি আকোঁ মনতে
অ’আকলুৱা অভিমানে আগুছি ধৰে
বুকুৱেদি বৈ বৈ যায়
তোমালে থকা ভাল পোৱা
প্ৰণয়ৰে ফাগুণ জাকে
দি যায় তোমাৰ বতৰা
বুকুৱেদি বৈ বৈ যায
তোমালে থকা ভাল পোৱা
প্ৰণয়ৰে ফাগুণ জাকে
দি যায় তোমাৰ বতৰা

Leave a Comment