কি নামেৰে মাটিলে
ভল পাবি তোই
কি কোৰিবো লাগিবো
তুৰ হোবোলে মই
কি নামেৰে মাটিলে
ভল পাবি তোই
কি কোৰিবো লাগিবো
তুৰ হোবোলে মই
সা সোকুলে সা
আহ কথোলে তোই
বুকুৰ কলিজা
তুৰ কোঠা কে কয়
ধে কোলিজা
লো কোলিজা
হাজু আম্মু মই
আত্যা হে রুজী পাবি তোই
মই এলাগী নহয়
মই এলাগী নহয়
মই এলাগী নহয়
উহ ওহ, উহ ওহ..
টুক জিমান লগো ভল
বুজাই পুৱা টান
হায়েহি দেহি তু কিয়ো
ভাবো মই (জ ইমান
কোসোম ভোগোবন
তুলোই হে মই জাম
জিমান মম দি মানে
টুক এদিবো হিমান
সা সোকুলে সা
আহ কথোলে তোই
বুকুৰ কলিজা
তুৰ কোঠা কে কয়
ধে কোলিজা
লো কোলিজা
হাজু আম্মু মই
আত্যা হে রুজী পাবি তোই
মই এলাগী নহয়
মই এলাগী নহয়
মই এলাগী নহয়
মৰম দোই বলিবি
মুলোই ছাই হাহিবি
রাগিদিম অভিমান
গলোতে সুমা ডিম
মৰম লই বুৱাৰী
ঠাকিম ফুর্তি হাহি
অৰু নু লেগে কি
হোবো নে হুখী
ধে কোলিজা
লো কোলিজা
হাজু আম্মু মই
আত্যা হে রুজী পাবি তোই
মই এলাগী নহয়
মই এলাগী নহয়
মই এলাগী নহয়
মই এলাগী নহয়
মই এলাগী নহয়
মই এলাগী নহয়
Written By : Ramen Danah