প্ৰতি,
মাননীয়………………..জিলা উপায়ুক্ত মহোদয় সমীপেষু।
জিলাৰ নামঃ…………………., অসম
তাং / /
বিষয়ঃ আৰুণোদয় আঁচনিত নাম অন্তৰ্ভূক্ত কৰিবৰ বাবে আবেদন।
মহাশয়,
সন্মান পূৰ্বক বিনীত নিবেদন এই যে মই …………….. জিলাৰ ……………… গাঁৱৰ বাসিন্দা হওঁ। দিনটো হাজিৰা কৰি কেই টকামান উপাৰ্জন কৰাৰ বাহিৰে মোৰ কোনো আৰ্থিক নাই।
গতিকে, মহোদয়ে দয়া কৰি মোক চৰকাৰী আঁচনি ‘অৰুনোদয় আঁচনি’ত নাম অন্তৰ্ভূক্ত কৰি আমাক কিছু আৰ্থিক সকাহ দিয়ে যেন।সাহায্যৰ ব্যৱস্থা কৰে যেন।
এয়ে মহোদয়ৰ ওচৰত জনাব লগীয়া মোৰ সৰল প্ৰাৰ্থনা।
ইতি
আপোনাৰ বিশ্বাসী
নামঃ
ঠিকনাঃ