বিদ্যালয়ত উপস্থিত নথকাৰ বাবে আবেদন

প্ৰতি,
মাননীয় প্ৰধান শিক্ষৰ মহোদয়,
(তোমাৰ বিদ্যালয়ৰ নাম)
দিনাঙ্কঃ

বিষয়ঃ বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে আবেদন।

মহোদয়,
বিনীত সন্মান পূব্বৰ্ক নিবেদন এই যে যোৱা ইং ১০/০৪/২০২৪ আৰু ১১/০৪/২০২৪ তাৰিকে মোৰ খুৰাৰ/মামাৰ/পেহীৰ বিয়া থকাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলোঁ।

গতিকে দয়ালু মহোদয়ে দয়া কৰি উক্ত দিন কেইটি ছুটী মঞ্জুৰ কৰি মোক কৃতাৰ্থ কৰে যেন। এইয়ে মহোদয়ক ওচৰত মোৰ সৰল প্ৰাৰ্থনা।

ইতি

অভিভাৱকৰ চহী আপোনাৰ একান্ত বাধ্য ছাত্ৰ/ছাত্ৰী
(তোমাৰ নাম)
শ্ৰেণীঃ
ৰোল নংঃ
শাখা

Leave a Comment