অগ্নিপথ যোজনা ২০২২- অগ্নিবীৰৰ যোগ্যতা, বয়সৰ সীমা, দৰমহা আৰু সকলো বিৱৰণ

আজি মই আপোনালোকক অগ্নিপথ যোজনা/প্ৰকল্প/আঁচনিৰ বিষয়ে কিছু কথা আলোচনা কৰিম। অগ্নিপথ যোজনা কি? অগ্নিবীৰ কি? যোজনাত কোন কোন ব্যক্তিসকলে আবেদন কৰিব পাৰিব ইয়াৰ বিষয়ে বিতংগকৈ আলোচনা কৰিম। সেনা নিযুক্তিৰ বাবে অগ্নিপথ যোজনা(Agneepath Scheme for Military Recruitment): কেন্দ্ৰীয় কেবিনেটে ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱাৰ বাবে এক আকৰ্ষণীয় নিযুক্তি যোজনা অনুমোদন কৰি এক ঐতিহাসিক সিদ্ধান্ত … Read more

‘কিষাণ ভাগীদাৰী প্ৰাথমিক্‌তা হামাৰী’ অভিযান । কিষাণ ক্ৰেডিট কাৰ্ড (কে চি চি)

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত ‘কিষাণ ভাগীদাৰী প্ৰাথমিক্‌তা হামাৰী’ অভিযানৰ অধীনত সকলো কৃষকলৈ কিষাণ ক্ৰেডিট কাৰ্ড (কে চি চি) প্ৰদানৰ ব্যাপক অভিযান ২৪ এপ্ৰিলৰ পৰা ১ মে’, ২০২২ লৈকে থাকিব। সবিশেষ জানিবলৈ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ ‘কিষাণ ভাগীদাৰী প্ৰাথমিক্‌তা হামাৰী’ অভিযানৰ জৰিয়তে কিষাণ ক্ৰেডিট কাৰ্ড লাভ … Read more