Ekadashi ratiya lyrics

মোৰে ধনি গ’…
অ মোৰে ধনি গ’…
তোকে বৰ মৰম লাগি যায়

অ একাদশী ৰাতিয়া
অন্তৰে ফচিলৌ ধনি গ’
তোৰে চো ৰথিয়া
কৰমাকে ৰাতিয়া
অন্তৰে পচিলৌ ধনি গ’
তোৰে চো ৰথিয়া
জিলিমিলি শাৰী পিন্ধে
আখৰা মে নাচিলে
অ মোৰ ধনি গ’
মনে হামাৰ মাদল বজায়
হায় ৰে হায়
অ মোৰ ধনি গ’
তোকে বৰ মৰম লাগি যায়
কোৰাচ

অ এক কিলৌ হাৰিয়া
একেলাই খালে ছেও ধনি
নিচা নাহিক’ লাগেলা
এক কিলৌ হাৰিয়া
একেলাই খালে ছেও ধনি
নিচা নাহিক’ লাগেলা
তোৰ প্ৰেমে নিছা লাগে
মন হামাৰ বাউল হৈছে
অ মোৰ ধনি গ’
পাগলা মন কেছে বুজায় মৌৰে হায়
অ মোৰ ধনি গ’
তোকে বৰ মৰম লাগি যায়
কোৰাচ

ৰাইটকে ঘোম টুতিয়া আ
নিন্দিয়া উৰেল’ধনি
চৌইচ কে তোৰ বতিয়া
ৰাইটকে ঘোম টুতিয়া
নিন্দিয়া উৰিল’ ধনি
চৌইচ কে তোৰ বতিয়া
তোৰ সুন্দৰ হাসিত আমে
সঁছাই বাড়া যাদু আছে
অ মোৰ ধনি গ’
বাৰে বাৰে নজৰ চলি যায়
হায় ৰে হায়
অ মোৰ ধনি গ’
তোকে বৰ মৰম লাগি যায়
কোৰাচ

অ একাদশী ৰাতিয়া
অন্তৰে ফচিলৌ ধনি গ’
তোৰে চোৰথিয়া
কৰমা কে ৰাতিয়া
অন্তৰে ফচিলৌ ধনি গ’
তৌৰে চোৰথিয়া
জিলিমিলি শাৰী পিন্ধে
আখড়া মে নাচিলে
অ মোৰ ধনি গ’
মনে হামাৰ মাদল বজায় হায় ৰে হায়
অ মোৰ ধনি গ’
তোকে বৰ মৰম লাগি যায়

কোৰাচ

Leave a Comment