Manuhe manuhor babe Lyrics| মানুহে মানুহৰ বাবে lyrics

ভূপেন হাজৰিকাৰ গীত মানুহে মানুহৰ বাবে, মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে, ভূপেন হাজৰিকাৰ গীত lyrics মানুহে মানুহৰ বাবে গীত

মানুহে মানুহৰ বাবে
যদিহে অকনো নেভাবে
অকনি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা,
সমনীয়া? x২

মানুহে মানুহক বেচিব খুজি
মানুহে মানুহক কিনিব খুজি
পূৰণি ইতিহাস দোহাৰিলে
ভুল জানো নহʼব কোৱা,
সমনীয়া? x২

দুৰ্বল মানুহে যদি
জীৱনৰ কোবাল নদী
পাৰ হয় তোমাৰে সাহত
তুমি হেৰুৱাবানো কি? x২
মানুহ যদিহে নহয় মানুহ
দানৱ কাহানিও নহয় মানুহ x২
যদি দানৱ কাহানিবা হয় মানুহ
লাজ পাব কোনেনো কোৱা,
সমনীয়া?

-ড° ভূপেন হাজৰিকা

Leave a Comment