অসমৰ কুটীৰ শিল্পৰ সমস্যা
কুটীৰ শিল্প হ’ল আধুনিক তথ্য-প্ৰযুক্তিৰ সহায় নোলোৱাকৈ থলুৱা সম্পদক কেন্দ্ৰ কৰি গঢ়ি উঠা এক শিল্পকেন্দ্ৰ। কুটীৰ শিল্পসমূহৰ প্ৰাকৃতিক সম্পদৰ সুব্যৱহাৰ হোৱাৰ লগতে দেশৰ আৰ্থিক উন্নয়নতো এনে উদ্যোগসমূহে বিশেষ অৰিহণা যোগায়। আকৌ এনে উদ্যোগসমূহৰ জৰিয়তে সমাজৰ এচাম লোক স্বাৱলম্বী হৈ জীৱন নিৰ্বাহ কৰিব পাৰে। তদুপৰি কুটৰ শিল্পসমূহৰ যোগেদি মানুহৰ সুকুমাৰ অনুভূতি তথা সৌন্দৰ্যবোধৰো পৰিচয় ফুটি … Read more