উপহাৰ lyrics | upohar assamese lyrics

বুকুৰে মাজতে তুমি মন মোৰদিঠকত তুমি বহু দূৰনিজৰাৰ দৰে তুমি আছা বৈসিৰে সিৰে মোৰ ৰক্ত হৈএকা বেঁকা জীৱন পথতসান্তনা তুমি মনৰ ৰ’দালি আহে ডাৱৰ ফালিবৰষাৰ শেষত সেয়া তুমি নেকি?তুমি মোৰ সেই কাহিনীআনে ফুৰে যি বিচাৰি দুচকু মেলি দুই ওঁঠৰে হাঁহিটিচাওঁ থমকি সকলো পাহৰিস্মৃতি প্ৰতাপী সমলয় অনুভূতিৰমানুহে ইয়াকেই প্ৰেম বোলে নেকি? কাষতে তোমাৰ ৰ’ম ছাঁয়া হৈপৰিব … Read more