উপহাৰ lyrics | upohar assamese lyrics

বুকুৰে মাজতে তুমি মন মোৰ
দিঠকত তুমি বহু দূৰ
নিজৰাৰ দৰে তুমি আছা বৈ
সিৰে সিৰে মোৰ ৰক্ত হৈ
একা বেঁকা জীৱন পথত
সান্তনা তুমি মনৰ

ৰ’দালি আহে ডাৱৰ ফালি
বৰষাৰ শেষত সেয়া তুমি নেকি?
তুমি মোৰ সেই কাহিনী
আনে ফুৰে যি বিচাৰি

দুচকু মেলি দুই ওঁঠৰে হাঁহিটি
চাওঁ থমকি সকলো পাহৰি
স্মৃতি প্ৰতাপী সমলয় অনুভূতিৰ
মানুহে ইয়াকেই প্ৰেম বোলে নেকি?

কাষতে তোমাৰ ৰ’ম ছাঁয়া হৈ
পৰিব নিদিওঁ ভাঙি
সময়ৰ পাতত ল’বা লিখি
মোৰ এই মৰম তোমাৰ বুলি
তুমি যেন উপহাৰ এটি

সুবাসে তোমাৰ সাৱটি যায়
অনুৰাগৰ দুবাহু জো্ৰাই
খোজতে তোমাৰ চুলি নাচি যায়
নাচোনে আহি ৰিঙিয়াই

কাষে কাষে খোজ মিলাই
হৃদয় নাচি, নাচি নাচি যায়
আজি যতে থাকোঁ জীয়াই
মৰো তোমাতে সদায়

শীতল দুই ওঁঠৰ স্মৃতি সোঁৱৰাই
পৰশৰ পিয়াসী হুমুনিয়াহে কৈ যায়
“পূৰ্ণতাৰে আৱৰাৰ দৰে তুমিও যে মোক
কিমান ভাল পোৱা”

দুচকুতে দুচকু থলে
লাজে চকু ঢাকি যায়
কেতিয়াবা তোমাক কন্দুৱাও যদি
ক্ষমা কৰি দিবা তুমি
তুমি যেন উপহাৰ এটি

Upohar(Ogrogami) bishrut saikia lyrics in English

Bukur majate tumi mana mor
dirkat tumi bahu dur
nijra dare tumi acha bai
si sir mor rakta hi
eka benka jivan pathat
santana tumi manar

r’dal ahe dabur fali
barshar sheshat saya tumi neki?
tumi mor sei kahini
aaney phure yi bichaari

duchku meli dui ontre hanhity
chaw thamaki sakalo pahri
smruti pratapi samalaya anubhutha
manuhe yeakei prem bole neki?

kashate tomar r’m chaa hi
pariv nidion bhani
samair patt l’baa likhi
mor ei maram tomar buli
tumi yen upahar eti

subase tomar savati ya
anuragar dubahu jorai
khojate tomar chuli nachi ya
nachone aahi riniai

kashe kashe khoj milai
hridaya nachi, nachi nachi ya
aji yate thakon jiyai
morro tomate sadda

sheethal dui onthar smruti sonvarai
parashar piasi humuniyahe kai ya
“poornatar abra dare tumio ye mok
kiman bhaal poba”

duchakute duchku thale
laje chaku dhaki ya
ketiyava dhaki ya
ketiyava tomak kandubaoa yadi
kshama kari diba tumi
tumi yen upahar eti

Leave a Comment