Gen Z মানে কি? আজিৰ নতুন প্ৰজন্মৰ চিন্তা-ধাৰা আৰু জীৱনশৈলী
আজিৰ ডিজিটেল যুগত “জেন জি (Gen Z)” শব্দটো বহুত জনপ্ৰিয় হৈ পৰিছে। বিশেষকৈ চছিয়েল মিডিয়া, অনলাইন শিক্ষা আৰু নতুন ধৰণৰ জীৱনশৈলীৰ সৈতে এই প্ৰজন্মটো পৃথককৈ চিনি পোৱা যায়। কিন্তু প্ৰশ্নটো হৈছে—Gen Z মানে কি? Gen Z মানে কি? Gen Z (Generation Z) হৈছে সেই প্ৰজন্ম যিসকল লোক ১৯৯৭ৰ পৰা ২০১২ৰ ভিতৰত জন্মগ্ৰহণ কৰিছে। এই প্ৰজন্মটো … Read more