তুমি চোৱা যেতিয়া দুচকু তুলি | Tumi suwa jetia lyrics

না.. না….. তুমি চোৱা যেতিয়া দুচকু তুলিমোৰ আকাশ ভাঙি নামে বিজুলিৰ’দে হাহে, ফুল ফুলে, কথা ক’লেতুমি চুলেই যে বসন্তধুমুহাও যে প্ৰশান্ততোমাৰ মাজেত দিগন্তসৃষ্টিৰ অপৰুপ অনন্ত মেঘালি চুলি তাৰিতদৌ খেলে ৰ’দ দাৰিহাহিত মিচিকনিসোনাৰুৰে পাহিসজল সজল চাৱনিতত’ৰাৰে জিলিকনিসেন্দুৰিয়া ওঠতেকথাৰে নিচুকনিবুকুৰ মাজতে দেখো জাগে সপোনচকুৰ পতাত আঁকি তোমাক চিকুনবুকুৰ মাজতে দেখো জাগে সপোনচকুৰ পতাত আঁকি তোমাক চিকুনতোমাৰ মৰমত … Read more

Dhulikona Lyrics | Dhulikona lyrics in assamese

ধূলিকণাঅঘৰী কবিতাউনমনাবিচাৰি ঠিকনাধূলিকণাবাউলী কণিকাউনমনাচিনাকি পখিলাডাকুৱাল বতাহে জুলোঙা যায় জোকাৰিপাশুৱাল পাহাৰো বগুৱা বাই আওখিযাযাবৰ পৰশে মহনা পায় সাতুৰিজীৱনৰ জাহাজে জেতুকা লয় ৰাঙলীধূলিকণাঅঘৰী কবিতাউনমনাবিচাৰি ঠিকনাজোনাকৰ নীলা ওঠেৰেবননিৰ দেহা চুমিলেনিঠা লাগে দুচকুতেএটুপাল চেচা নিয়ৰেজননীৰ হিয়া দহিলেতৃখা জাগে শিৰে শিৰেআঘাতৰ নিমাত চিঞৰেউশাহৰ মিচিল সাবতেঘনে ঘনেডাকুৱাল বতাহে জুলোঙা যায় জোকাৰিপাশুৱাল পাহাৰো বগুৱা বাই আওখিযাযাবৰ পৰশে মহনা পায় সাতুৰিজীৱনৰ জাহাজে জেতুকা … Read more

জুবিন গাৰ্গ চমু টোকা

ভাৰতীয় প্লেবেক গায়ক, সংগীত পৰিচালক, সুৰকাৰ, চলচ্চিত্ৰ অভিনেতা জুবিন গাৰ্গ। অসমীয়া, বাংলা, হিন্দী চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে বিখ্যাত। ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰা জুবিনে নিজৰ সুকীয়া কণ্ঠ আৰু বহুমুখী সংগীত প্ৰতিভাৰে ভাৰতীয় সংগীত জগতৰ এক উল্লেখযোগ্য ব্যক্তি হিচাপে আত্মপ্ৰকাশ কৰিছিল। জুবিনৰ জন্মৰ নাম জুবিন বৰঠাকুৰ, আন নাম অসমৰ হাৰ্টথ্ৰব। ২০০৬ চনৰ বলীউড … Read more