আকৌ নতুনকৈ ভোডাফোন আৰু আইডিয়া ভাৰতবৰ্ষত
তুমি যদি ভোদাফোনৰ বা আইডিয়া ৱেব চাইট গৈ ক্লিক কৰা তেতিয়া স্বয়ংক্রিয়ভাবে ভিআই ৱেবচাইট লৈ যাব। কিয়োনো এই দুটা কোম্পানী একলগ হল। তুমি যদি ভোডাফোন বা আইডিয়া চিম ব্যৱহাৰ কৰা কিছুদিনৰ পিছত ভিআই হৈ যাব।
সিহতক একলগ হবলৈ দুই বছৰ কিয়ো লাগিল কাৰণ জিঅ অহাৰ লগে লগে সিহতৰ কোম্পানী লাহে লাহে মৰি গৈছিল।40 CR পিছত কম কম হৈ 28 CR খিনি হৈ গৈছিল। সকলো ভালধৰে চলি আছিল, কিন্তু 2018 চনত AGR (adjusted gross revenue) আহি সকলো শেষ হৈ যাব ধৰিছিল। উচ্চতম ন্যায়ালয় নিৰ্দেশ অনুসৰি এক দুই মাহতে সকলো কোম্পানিৰ পুৰণি টকা চুকাবো লাগিছিল ভাৰত চৰকাৰক। ভোডাফোন আৰু আইডিয়া 58 CR টকা দিব লাগিছিল। পিছত উচ্চতম ন্যায়ালয় দশ বছৰ পিছত কোম্পানিবোৰক টকাসমুহ দিবলৈ নিৰ্দেশ দিয়ে। যাৰ ফলত কোম্পানিবোৰক টকা দিবলৈ সকাশ পালে।
এতিয়া জিঅ, আৰটেল, ভিআই এই তিনিটা কোম্পানি আছে। জিঅবে একফালৰ পৰা সকলো কৰি গৈছে, যেনে ঘৰৰ যিমানবোৰ লাগতিয়াল সকলো আমাৰ হব লাগে, ইকো ষ্টেম গঢ়ি তুলিছে।
এটা নতুন নামৰ নতুন ল’গৰ লগত ভোডাফোন আৰু আইডিয়াই নতুন ব্ৰাড লৈ এটা নতুন যাত্ৰা। এতিয়া ভোডাফোন আৰু আইডিয়া দুয়োটা মিলি এতিয়া ভিআই জনাজাত brand হৈ গল। আগলৈ গৈ কি কি হব টিলিকম ব্যৱসায়ত সময়হে জনাব।
BSNL, MTNL চৰকাৰী কোম্পানি হৈ শেষ হৈ যাব পাৰে বাছি তাকিব পাৰে তাৰ কোনো থিক নাই। BSNL আৰু MTNL কেতিয়াও শেষ নহ’ব, কাৰণ শেষ হৈ গলে বে চৰকাৰী নেটৱাৰ্ক কেনেদৰে ব্যৱহাৰ কৰিব।