ৱাটচাপে নতুন গোপনীয়তা নীতিয়ে মানুহক স্পষ্টতা কৰিছে(Wahtsapp new privacy policy)

ৱাটচাপে নতুন গোপনীয়তা নীতিয়ে মানুহক স্পষ্টতা কৰিছে(Wahtsapp new privacy policy)    

    মি সকলোবে ইছমাৰ্টফোন(Smartphone) ব্যৱহাৰ কৰো। সেই ইছমাৰ্টফোনত আমি সকলোবে ৱাটচাপ এপ ব্যৱহাৰ কৰোঁ। আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত শুৱালৈকে  ৱাটচাপ ব্যৱহাৰ কৰোঁ। ই মানুহৰ মাজত জনপ্ৰিয় এপ, ইয়ে আমাৰ দৈনন্দিন লাগতিয়াল এপ, অৰ্থত আন কাৰোবাৰ বাবে সেই বস্তু ব্যৱহাৰ নকৰিলে দিনবোৰ ভাল নালাগে এইখিনিলৈকে ঠিকেই আছে, কিন্তু আজি কেইবাদিনৰ পৰা চছিয়েল মেডিয়াত ৱাটচাপৰ বিষয়ে তোলপাৰ লগাই আছে, কাৰণ ৱাটচাপ ব্যৱহাৰ কৰা লোক সকলোক নতুন গোপনীয় নীতি(new privacy policy) আনিছে, সেইটো নীতি তুমি সন্মত নহলে ৱাটচাপ ব্যৱহাৰ কৰিব নোৱাৰিব। ২০২১ চনৰ ফেব্ৰূৱাৰী মাহৰ ৮ তাৰিখলৈ থাকিব, সেই দিনৰ পৰাই ৱাটচাপ এপ ব্যৱহাৰ কৰা নীতি মতে ব্যৱহাৰ কৰিব লাগিব। ৱাটচাপে end-to-end encrypted (তুমি কোনো মানুহক কিবা কথা লিখি দিলে সেই কথা সেই মানুহ জনে চাৱো পাৰিব, ইয়াত কোনো মাজত সোমাই কোনেও চাৱো নোৱাৰিব) বুলি বিশ্বাস দিছিল কোনো মানুহক ফতো বা বাৰ্তা পঠিয়ালে সেই মানুহজন ৩০ দিনলৈকে নাচালে নিজে নিজে delete হৈ যাব, কাৰণ ৱাটচাপে কেতিয়াও ডাটাসমূহ ভৰাই নাৰাখে।

ৱাটচাপে নতুন গোপনীয়তা নীতিয়ে মানুহক স্পষ্টতা কৰিছে(Wahtsapp new privacy policy)
photo by google


    উল্লেখযোগ্য যে নতুন চুক্তিত তোমাৰ মোৱাইলৰ পৰা বহু তথ্যসমূহ ৱাটচাপক দিব লাগিব। কিয় কলে আমি কোনো এটা এপ ব্যৱহাৰ কৰাৰ আগত বা ইনষ্টল কৰাৰ সময়ত   privacy policy সমূহ Agree কৰিব লাগিব অথবা Deny আৰু Allow কৰিব লাগিব। কাৰণ সেই এপ এনেকুৱা Agree কৰিলে তাত কি প্ৰয়োজন তাক সেই এপে ব্যৱহাৰ কৰিব পাৰে। কিন্তু আমি কিছুমান এপ ব্যৱহাৰ কৰোঁতে NEXT NEXT কৰি মাৰি জাওঁ তাতে কি লিখা আছে তাক ভালদৰে নপঢ়ো। ৱাটচাপত  contact, camera, audio, File আদি লব, সেই ৱাটচাপে তোমাৰ location, IEM number, IP Address আদি লোৱা হয়, তেতিয়া তোমাক কেনে লাগিব। কাৰণ আমি কি কৰো, কলৈ যাওঁ, কি মোৱাইল ব্যৱহাৰ কৰোঁ, ক কি কৰিলো সকলো তথ্যসমূহ ৱাটচাপ জানিব, আৰো আমাৰ ডাটাসমূহ বেলেগ কোম্পানীক বেচায় দিব। যাৰফলত আমাক বিভিন্ন ধৰণৰ ই-মেইল, আমাৰ প্ৰয়োজনীয় বস্তুৰ এটবিলাক দেখাই দিব। তোমাৰ লগত কিমান তথ্য আছে তাতকৈ বেছি ৱাটচাপৰ থাকিব। ইয়াৰ পৰা বেছি ব্যৱসায় কৰা বিলাকৰ বেছি বিপদত হব।

ৱাটচাপে নতুন গোপনীয়তা নীতিয়ে মানুহক স্পষ্টতা কৰিছে(Wahtsapp new privacy policy)
photo by google


ৱাটচাপৰ সলনি চিগনাল(Singal)  আৰু তেলিগ্ৰাম(Telegram) আদিও ব্যৱহাৰ কৰিব পাৰিব। বৰ্তমান এই দুয়োটা প্লে ইষ্টোৰত বহুত ডাউনলোড কৰা বেছি দেখিবলৈ পোৱা গৈছে।

Leave a Comment