এই শুনাচোন আহিছো ওলাই
এই চুৱাচোন দেখিচা নে নাই
এই শুনাচোন মনে ৰিঙে ৰিঙিয়াই
বুলু, এই কৱাচোন বুজিচা নে নাই
তুমি উলালা নে নাই তুমি সাজি লা নে নাই
সখি জনি নু কাখত গৈ বহিলে নে নাই
আয়ো তিয়েনু লাহে কৈ উঠোতে উৰলি লৈ
জুৰিলে নে বিয়া নাম অই
আমডালি গাটিছে দৰ্জাই দৰ্জাই আৰিছে
মোকে আদৰিবলৈ বৰ পিৰা পাৰিছে
আমডালি গাটিছে দৰ্জাই দৰ্জাই আৰিছে
মোকে আদৰিবলৈ বৰ পিৰা পাৰিছে
দৰাৰ লগত আহিছো মাচ ৰখাই নাছিছো
দৰা আমাৰ দাদা হয় নবৌ বুলি মাতিছো দেই..
অ, মন জানুক, অ মন জানুক
ৰভা টুলিত বহি আছে মৰম লগা ভালুক
অ, মন জানুক, অ মন জানুক
ৰভা টুলিত বহি আছে মৰম লগা ভালুক
বুলু, অ মন তৰা আজি মই দৰা
তোমাৰ প্ৰেমত পাগলি মই কাহানিৰে পাৰা
বুলু, অ মন তৰা তুমি এইফালে চুৱা
ৰভা টুলি পালু হি মই তুলমি উলাই আহা
তুমি উলালা নে নাই তুমি সাজি লা নে নাই
সখি জনি নু কাখত গৈ বহিলে নে নাই
আয়ো তিয়েনু লাহে কৈ উঠোতে উৰলি লৈ
জুৰিলে নে বিয়া নাম অই
আমডালি গাটিছে দৰ্জাই দৰ্জাই আৰিছে
মোকে আদৰিবলৈ বৰ পিৰা পাৰিছে
আমডালি গাটিছে দৰ্জাই দৰ্জাই আৰিছে
মোকে আদৰিবলৈ বৰ পিৰা পাৰিছে
দৰাৰ লগত আহিছো মাচ ৰখাই নাছিছো
দৰা আমাৰ দাদা হয় নবৌ বুলি মাতিছো দেই..