JUJ EAKHON HOBO lyrics | যুঁজ এখন হ’ব

Song : JUJ EAKHON HOBO
Singer : Manas Robin & Group
Lyrics : Manas Robin
Composer : Manas Robin

যুঁজ এখন হ’ব বাপু
যুঁজ এখন হ’ব
যুঁজ এখন হ’ব বাপু
যুঁজ এখন হ’ব
ৰাইজক মজা দিয়া বোৰক
ৰাইজে মজা দিব
ৰাইজক মজা দিয়া বোৰক
ৰাইজে মজা দিব
যুঁজ এখন হ’ব ২
এইবাৰ যুঁজ এখন হ’ব
যুঁজ এখন হ’ব ২
এইবাৰ যুঁজ এখন হ’ব
যুঁজ এখন হ’ব
এইবাৰ যুঁজ এখন হ’ব
ৰাইজক মজা দিয়া বোৰক
ৰাইজে মজা দিব
জাতি মাটি ভেটি ৰখাৰ
মিছা শপত ল’ব
পাঁচটাকৈ ল’ৰাক মাৰি
‘কা’ জাপি দিব
যুঁজ এখন হ’ব
এইবাৰ যুঁজ এখন হ’ব
ৰাইজক মজা দিয়া বোৰক
ৰাইজে মজা দিব
যুঁজ এখন হ’ব বান্ধৈ
যুঁজ এখন হ’ব
ৰাইজক মজা দিয়া বোৰক
ৰাইজে মজা দিব
কবিতা এটা লিখিলেই
জে’লত ভৰাই থ’ব
ফে’চবুকত কিবা ক’লেই
কুকুৰ গালি দিব
কষ্ট কৰি পঢ়ি শুনি
চাকৰি এটা পাব
দৰমহাকেইটা দিছে বুলিয়েই
চাকৰ ভাবি ল’ব
যুঁজ এখন হ’ব বাপু
যুঁজ এখন হ’ব
ৰাইজক মজা দিয়া বোৰক
ৰাইজে মজা দিব
যুঁজ এখন হ’ব বান্ধৈ
যুঁজ এখন হ’ব
ৰাইজক মজা দিয়া বোৰক
ৰাইজে মজা দিব
যুঁজ এখন হ’ব
যুঁজ এখন হ’ব

পাঁচ কেজি চাউল দি
ভোট খুজি ল’ব
হাজাৰ টকাৰ চিলিণ্ডাৰে
ভেটি খহাই নিব
তেলে মাৰে চেঞ্চুৰী
দাইলৰো দাম ওখ
মিঠাতেলৰো বজা গৰম
পাৰ কৰিলে দুশ
যুঁজ এখন হ’ব এইবাৰ
যুঁজ এখন হ’ব
ৰাইজক মজা দিয়া বোৰক
ৰাইজে মজা দিব
যুঁজ এখন হ’ব
এইবাৰ যুঁজ এখন হ’ব
ৰাইজক মজা দিয়া বোৰক
ৰাইজে মজা দিব
যুঁজ এখন হ’ব বান্ধৈ
যুঁজ এখন হ’ব
ৰাইজক মজা দিয়া বোৰক
ৰাইজে মজা দিব
দৰবৰ দাম দুগুণ হ’ল ৰোগীৰ মহা লেঠা
আৰুনো কি ক’ম বান্ধৈ মদাহীৰো বেয়া মাথা
ইলেকট্ৰৰেল বণ্ড বুলি কিবা চান্দা তুলি নিলে
সেয়েহে বান্ধৈ বস্তু বোৰৰ দামবোৰ বঢ়াই দিলে
যুঁজ এখন হ’ব
এইবাৰ যুঁজ এখন হ’ব
ৰাইজক মজা দিয়া বোৰক
ৰাইজে মজা দিব
যুঁজ এখন হ’ব বান্ধৈ
যুঁজ এখন হ’ব
ৰাইজক মজা দিয়া বোৰক
ৰাইজে মজা দিব
যুঁজ এখন হ’ব
যুঁজ এখন হ’ব

নোম-টেঙৰ মানুহবোৰে তাল মিলাই চলে
চৰকাৰ যি ফালেই আহে টিকা ঘুৰাই নাাচে
বিশ বছৰে দল কৰলো গে’টত থাকবাহে দিলাক
বেলেগ দলৰ বাগৰা গিলাকক মঞ্চত বহিবা দিলাক
যুঁজ এখন হ’ব বাপু
যুঁজ এখন হ’ব
ৰাইজক মজা দিয়া বোৰক
ৰাইজে মজা দিব
যুঁজ এখন হ’ব
এইবাৰ যুঁজ এখন হ’ব
ৰাইজক মজা দিয়া বোৰক
ৰাইজে মজা দিব
যুঁজ এখন হ’ব বান্ধৈ
যুঁজ এখন হ’ব
ৰাইজক মজা দিয়া বোৰক
ৰাইজে মজা দিব
যুঁজ এখন হ’ব
যুঁজ এখন হ’ব

ৰাজনীতিত কাৰোবাক ভাল বুলি ক’লে জানো হ’ব
কম বেয়াৰ আৰু বেছি বেয়া মাজত
যুঁজ এখন হ’ব
আমাৰ বাৰীৰ বাঁহ গাজ কাটি আমাকে বেচে খৰিচা
ভোটটো দিবৰ বেলা কথাটো মন কৰিবা
যুঁজ এখন হ’ব
এইবাৰ যুঁজ এখন হ’ব
ৰাইজক মজা দিয়া বোৰক
ৰাইজে মজা দিব
যুঁজ এখন হ’ব বান্ধৈ
যুঁজ এখন হ’ব
ৰাইজক মজা দিয়া বোৰক
ৰাইজে মজা দিব
যুঁজ এখন হ’ব
যুঁজ এখন হ’ব……

Leave a Comment