গোটৰ পৰা ঋণ বিচাৰি আবেদন

প্ৰতি,
মাননীয় সভাপতি মহোদয়া,
(গোটৰ নাম)
(গাওঁৰ নাম) (জিলা)
তাৰিখঃ    /   /

বিষয়) গোটৰ পৰা ঋণ/লোণ পাবৰ বাবে আবেদন।

মহোদয়া,
বিনীত নিবেদন এই যে মই আপোনাৰ গোটৰ এগৰাকী সদস্যা হৈ আছো। মই এই গোটটিৰ পৰা অৰ্থাত জমাধনৰ পৰা ৫,০০০/-(পাঁচ হাজাৰ) টকা ঋণত লব বিচাৰিছো। এই টকা মই এগৰাকী নিষ্ঠা আৰু নিয়মীয়া সদস্যা হিচাপে ঋণৰ সকলো স্বৰ্ত মানি লৈ সময়তে টকাখিনি উভতাম বুলি প্ৰতিশ্ৰুতি দিলো।
গতিকে সভাপতি মহোদয়াই গোটৰ সদস্যা সকলৰ জ্ঞাতাৰ্থে মোক এই লোণ প্ৰদান কৰি উপকাৰ কৰে যেন।

ইতি

আপোনাৰ বিশ্বাসী
(আপোনাৰ নাম)
(স্বাক্ষৰ)
(গাওঁৰ নাম)

Leave a Comment