এটা শব্দ প্ৰকাশ কৰা
1.
কাপোৰ চিলাই
কৰা লোক। দৰ্জী
2.
যি ঈশ্বৰক
বিশ্বাস কৰে। আস্তিক
3.
যাক জিনিব
নোৱাৰি। পৰাজয়, অজিনি
4.
লোৰ সামগ্ৰী
তৈয়াৰ কৰা লোক। কমাৰ
5.
ৰজা নথকা এটা
শব্দত প্ৰকাশ কৰা ।
6.
যিজন সকলোৰে
মাজত প্ৰিয়। লোকপ্ৰিয়
7.
পুৱাই স্মৰণ
কৰাৰ যোগ্য। প্ৰাতঃস্মৰণীয়
8.
যি আগেয়ে
হোৱা নাই। অদ্ভূতপূৰ্ব
9.
যিজনে বিষ্ণুক
উপাসনা কৰে। বৈষ্ণৱ
10.
বোকাত যাৰ
জন্ম। পংকজ
11.
এটা শব্দত
প্ৰকাশ কৰা একে মাকৰ সন্তান। সহোদৰ, সোদৰ
12.
এটা শব্দত
প্ৰকাশ কৰা একে সময়তে হোৱা। সমসাময়িক
13.
যাৰ সীমা নাই।
অসীম
14.
সজ কথাৰ
আলোচনা এটা শব্দত প্ৰকাশ কৰা ।
*
15.
এটা শব্দত
প্ৰকাশ কৰা যি মনক আনন্দ দিয়ে।
*
16.
যাক পৰিত্যাগ
কৰিব নোৱাৰি। অপৰিহাৰ্য
17.
পানীত ফুলা
ফুল এটা শব্দত প্ৰকাশ কৰা। *
18.
যাক সহজে লাভ
কৰিব নোৱাৰি। দুৰ্লভ
19.
ওপজিয়ে মৰে
যি এটা শব্দত প্ৰকাশ কৰা । অকাণ্ডপাতজাত
20.
ততালিকে
বুদ্ধি উলিয়াব পৰা শক্তি। প্ৰত্যুৎপন্নমতি.
21.
যি পানীত
জন্মে। জলজ
22.
যি কোনো পক্ষ
নলয়। নিৰপেক্ষ
23.
ঘৰতে থাকি
কৰিব পৰা উদ্যোগ। কুটীঁৰ শিল্প
24.
চূণ বেচা
মানুহ কি কয়। *
25.
হঠাতে হোৱা
ঘটনা। আকস্মিক
26.
যাৰ দয়া মমতা
নাই। নিৰ্দয়
27.
কাঁচৰ বাচন
গঢ়োঁতা। কঁহাৰ
28.
যি উপকাৰীৰ
উপকাৰ স্বীকাৰ কৰে। কৃতজ্ঞ, অকৃতঘ্ন
29.
মাটিৰ বাচন
সাজোঁতা। কুমাৰ
30.
যাক সহজে লংঘন
কৰিব নোৱাৰি। অলংঘ্য
31.
বাটেদি যোৱা
মানুহ। বাটৰুৱা
32.
ঘৰতে থাকি
কৰিব পৰা উদ্যোগ। কুটীৰ শিল্প
33.
যাৰ মৰণ নাই।
আমৰণ
34.
যাক পৰিহাৰ
কৰিব নোৱাৰি। অপৰিহাৰ্য
35.
যিজনে
ইন্দ্ৰিয় জয় কৰিব পাৰে। জিতেন্দ্ৰয়
36.
যাৰ কোনো
শত্ৰু জন্মা নাই। অজাতশত্ৰু
37.
কঁঠালৰ সৰু
কলি। মুচি
38.
পনীয়া গাখীৰ
দিয়া গাইগৰু। জলাহী
39.
যাৰ ঈশ্বৰৰ অস্তিত্বত
বিশ্বাস নাই। নাস্তিক
40.
যি কথাৰ অৰ্থ
নাই। নিৰৰ্থক
41.
এবাৰ গুটি
লাগি মৰা গছ। ঔষধি
42.
যি কণীৰ পৰা
জন্মে। অণ্ডজ
43.
যি আগেয়ে হোৱা
নাই। অভূতপূৰ্ব
44.
একে গুৰুৰ
শিষ্য। সতীৰ্থ
45.
যি উপকাৰীৰ
উপকাৰ স্বীকাৰ নকৰে। অকৃতজ্ঞ, কৃতঘ্ন
46.
বিষ্ণুৰ ভকত
যি তেওঁ। বৈষ্ণৱ
47.
ৰান্ধি খাব
পৰা কলৰ পুলি। পচলা
48.
একে মাতৃৰ
গৰ্ভত জন্ম যাৰ। সহোদৰ, সোদৰ
49.
একে ঠাইত
স্থায়ীভাৱে বসবাস নকৰা লোক। অঘৰী
50.
যি একেলগে
পঢ়ে। সহপাঠী
51.
যাক মূল্য দি
কিনিব নোৱাৰি। অমূল্য
52.
যাক পৰিত্যাগ
কৰিব নোৱাৰি। অপৰিহাৰ্য
53.
যি মাটি ফুটি
ওলায়। উদ্ভিদ
54.
পানী আৰু
মাটিত চৰে যি। উভচৰ
55.
যি আনৰ অধীন
নহয়। স্বাধীন
56.
যি অনাই বনাই
ঘূৰি ফুৰে। অঘৰী
57.
আনৰ ভাল দেখিব
নোৱাৰা। পৰশ্ৰীকাতৰ
58.
একে মাকৰ
সন্তান। সহোদৰ
59.
একেলগে ওপজা
দুটা সন্তান। যমজ
60.
শৰৎ কালত হোৱা
অনুষ্ঠান। শাৰদীয়
61.
যি পানীত
জন্মে। জলজ
62.
যি পৰিণাম
চিন্তা কৰি কাম কৰে। দূৰদৰ্শী
63.
যি কথা কোৱা
উচিত নহয়। অকথ্য
64.
যাক পুৰিব
নোৱাৰি। অদাহ্য
65.
যাক সহজে লাভ
কৰা যায়। সুলভ
66.
যাৰ সকলো
বস্তু অঁটাকৈ আছে। আটন্তিয়াৰ
67.
চোবাই খোৱা
বস্তু। চৰ্ব্য
68.
চেলেকি খোৱা
বস্তু। লেহ্য
69.
আগেয়ে নোহোৱা
ঘটনা। অভূতপূৰ্ব
70.
মাটিৰে যি
নিৰ্মিত। মৃণ্ময়
71.
আনৰ দোষ দেখা
স্বভাৱ। অসূয়া
72.
যাক দেখা
নাযায়। অদৃশ্য
73.
পথৰ পৰা যি
বিচলিত হৈছে। বিপথগামী
74.
যিয়ে বিষ্ণুক
পূজা কৰে। বৈষ্ণৱ
75.
হঠাতে হোৱা
ঘটনা। আকস্মিক
76.
অতিশয় শীতো
নহয়, উষ্ণও নহয়। নাতিশীতোষ্ণ
77.
বিপদৰ সময়ত
ওলোৱা বুদ্ধি। প্ৰতুৎপন্নমতি
78.
পুৰুষৰ ভিতৰত
শ্ৰেষ্ঠ যি। পুৰুষোত্তম
79.
যি মাটিৰ
উৎপাদিকা শক্তি নাই। অনুৰ্বৰ
80.
বোকাত যাৰ
জন্ম। পংকজ
81.
যি নিয়মমতে
খৰছ কৰে। মিতব্যয়ী
82.
যাক নিবাৰণ
কৰিব নোৱাৰি। অনিবাৰ
83.
কাঁহৰ বাচন
গঁঢ়োতা। কঁহাৰ
84.
যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে। কৃতজ্ঞ
85.
মাটিৰ বাচন
সাজোতা। কুমাৰ
86.
যাক সহজে লংঘন
কৰিব নোৱাৰি। অলংঘ্য
87.
বাটেদি যোৱা
মানুহ। বাটৰুৱা
88.
ঘৰতে থাকি
কৰিব পৰা উদ্যোগ। কুটীৰ শিল্প
89.
যাৰ মৰণ নাই।
আমৰণ
90.
যাক পৰিহাৰ
কৰিব নোৱাৰি। অপৰিহাৰ্য
91.
যিজনে ইন্দ্ৰিয়
জয় কৰিব পাৰে। জিতেন্দ্ৰয়
92.
যাৰ কোনো শত্ৰু জন্মা নাই। অজাতশত্ৰু
93.
কঁঠালৰ সৰু
কলি। মুচি
94.
পনীয়া গাখীৰ
দিয়া গাইগৰু। জলাহী
95.
.যাৰ ঈশ্বৰৰ অস্তিত্বত
বিশ্বাস নাই। নাস্তিক
96.
যি কথাৰ অৰ্থ নাই।
নিৰৰ্থক
97.
এবাৰ
গুটি লাগি মৰা গছ। ঔষধি
98.
যি কণীৰ
পৰা জন্মে। অণ্ডজ
99.
যি আগেয়ে হোৱা
নাই। অভূতপূৰ্ব
100. একে ঘৰৰ শিষ্য। হৰিভকত
101. যি উপকাৰীৰ উপকাৰ
স্বীকাৰ নকৰে। কৃতঘ্ন
102. বিষ্ণৰ ভকত যি
তেওঁ। বৈষ্ণৱ
103. ৰান্ধি খাব পৰা
কলৰ পুলি। পচলা
104. একে মাতৃৰ গৰ্ভত জন্ম
যাৰ। যমজ
105. একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক। অঘৰী
106. যি একেলগে পঢ়ে।
সহপাঠী
107. যাক মূল্য দি কিনিব
নোৱাৰি। অমূল্য
108. যাক পৰিত্যাগ কৰিব
নোৱাৰি। অপৰিহাৰ্য
109. ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি – *
110. ৰাতিপুৱাই
যাৰ নাম স্মৰণ কৰা
উচিত। প্ৰাতঃস্মৰণীয়
111. নেজ নসৰা বেঙৰ
পোৱালি। লালুকী
112. কোনো কথা নিশ্চয়
কৰিবলৈ পঠোৱা বিশ্বাসী
মানুহ – *
113. ফুল নুফুলাকৈ গুটি হোৱা গছ। বনস্পতি
114. শত্ৰুক জয় কৰে যি। শত্ৰুঞ্জয়
115. ৰিপুক জয় কৰে যি। ৰিপুঞ্জয়
116. ধান থোৱা ঘৰ।
ভঁৰাল
117. যি মাছ-মাংস নাখায়। নিৰামিষাহাৰী
118. ভিক্ষা কৰে যি। ভিক্ষাৰী
119. যি খুজি মাগি খায়। খোজনীয়া
120. যি আনৰ বস্তু বলেৰে নিয়ে। ডকাইত
121. যি কথা জনা নাযায়। অজ্ঞাত
122. যি কাৰো লগত মিলিব নোৱাৰে। অজীন-পাতকী
123. দুটা মাহৰ মাজৰ দিন। দোমাহী বা সংক্ৰান্তি
124. যি জনে নিয়মমতে খৰচ কৰে। মিতব্যয়ী
125. যি সঁচা কথা কয়। সত্যবাদী
126. যাৰ আগত জন্ম। অগ্ৰজ
127. যি নিজে নিজে হয়। স্বয়ম্ভু
128. যাৰ মূৰত চুলি নাই। তপা
129. যাৰ আশ্ৰয় নাই। নিৰাশ্ৰয়
130. যি কথা লগাই ফুৰে। খলুৱা
131. যি পৰিণাম চিন্তা কৰি কাম কৰে। পৰিণামদৰ্শী
132. যি দুই হাত সমানে চলাব পাৰে। সব্যসাচী
133. যি মাটিৰ উৎপাদিকা শক্তি নাই। অনুৰ্বৰ
134. যি বাঢ়িবলৈ ধৰে। বৰ্ধিষ্ণু
135. যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে। কিংকৰ্তব্যবিমূঢ়
136. যি মাতৃৰ এটি মাত্ৰ সন্তান। কাকবন্ধ্যা
137. যি পুৰুষে বিয়া কৰোৱা নাই। অকিঞ্চন
138. যি নিজকে পণ্ডিঈত বুলি ভাৱে। পণ্ডিতমন্য
139. আনৰ দোষ দেখা স্বভাৱ। অসূয়া
140. যাৰ জন্ম নাই। অজ
141. যাৰ পূৰ্বজন্মৰ কথা মনত আছে। জাতিষ্মৰ
142. যাৰ কথাৰ লাগ বান্ধ নাই। লপা, চেলেপু
143. যি আনৰ মুখলৈ চাই থাকে। পৰমুখাপেক্ষী
144. যাৰ বিবেচনা শক্তি নাই। অবিবেচক
145. সহজে যি জীণ যায়। লঘুপাকী
146. যাৰ কুল আৰু শীল জনা নাযায়। অজ্ঞাতকুলশীল
147. সকলোকে সমানভাৱে দেখা। সমদৰ্শী
148. বিপদৰ সময়ত ওলোৱা বুদ্ধি। প্ৰত্যু্ৎপন্নমতি
149. যি জানিবলৈ ইচ্ছা কৰে। জিজ্ঞাসু
150. যাৰ পিছত জন্ম। অনুজ
151. আগে আগে গমন কৰে যি। অগ্ৰগামী
152. পিছে পিছে গমন কৰে যি। অনুগামী
153. যি কম কথা কয়। মিতভাষী
154. যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে। একাহাৰী
155. ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা। পোহাৰী
156. নোহোৱা বস্তু সৃষ্টি কৰা। উদ্ভাৱন
157. মাটিৰে তৈয়াৰী শিল্পকৰ্ম। মৃৎশিল্প
158. যি মাটিৰে নিৰ্মান। মৃন্ময়
159. যাক সহজে লংঘন কৰিব নোৱাৰি। অলংঘ্য
160. বাটেদি যোৱা। বাটৰুৱা
161. ঘৰতে থাকি কৰিব পৰা উদ্যোগ। কুটীৰ শিল্প
162. যাৰ মৰণ নাই। আমৰণ
163. কাঁহৰ বাচন গঢ়োঁতা। কঁহাৰ
164. যাক পৰিহাৰ কৰিব নোৱাৰি। অপৰিহাৰ্য
165. যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে । জিতেন্দ্ৰয়
166. যাৰ কোনো শত্ৰু জন্মা নাই। অজাতশত্ৰু
167. কঁঠালৰ সৰু কলি। মুচি
168. পনীয়া গাখীৰ দিয়া গাইগৰু। জলাহী
169. যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই। নাস্তিক
170. যি কথাৰ অৰ্থ নাই। নিৰৰ্থক
171. এবাৰ গুটি লাগি মৰা গছ। ঔষধি
172. যি কণীৰ পৰা জন্মে। অণ্ডজ
173. যি আগেয়ে হোৱা নাই। অভূতপূৰ্ব
174. একে গুৰুৰ শিষ্য। সতীৰ্থ
175. যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে।অকৃতজ্ঞ
176. বিষ্ণুৰ ভকত যি তেওঁ। বৈষ্ণৱ
177. ৰান্ধি খাব পৰা কলৰ পুলি।
পচলা
178. একে মাতৃৰ গৰ্ভত জন্ম যাৰ। সহোদৰ
179. একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক। অঘৰী
180. যি একেলগে পঢ়ে। সহপাঠী
181. যাক মূল্য দি কিনিব নোৱাৰি। অমূল্য
182. ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি। প্ৰত্যুৎপন্নমতি
183. ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত। প্ৰাতস্মৰণীয়
184. নেজ নসৰা বেঙৰ পোৱালি। লালুকি
185. কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ। সঁজাতী
186. চুহি খাব লগা বস্তু। চুষ্য।