Bihu caption in assamese for instagram

সন্মুখত আছে হেঁপাহৰ ৰঙালী বিহু। অসমবাসীয়ে আদৰিবলৈ সাজু হৈছে অসমীয়াৰ পৰিচয় ৰঙালী বা বহাগ বিহু। শেহতীয়াকৈ বিহু বুলি বন্ধু-বান্ধৱী তথা আপোনজনক ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ দৰে চছিয়েল মিডিয়া প্লেটফৰ্মত নিজৰ বিহু উদযাপনৰ বাবে কেপচন বা শুভেচ্ছা তৈয়াৰ কৰোতে আপোনালোকে যেন কিছুমান শব্দ হেৰুৱাই পেলায়। এই কথা মনত ৰাখি মই ব’হাগ বিহুৰ কেপচন ফৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ নিৰ্বাচন সংকলন কৰিছো। তলত আপোনাৰ ব্ৰযক্তিৰ লগত খাপ খুৱাই কেপচনসমূহ ছেয়াৰ কৰিব পাৰিব।

অতিকে চেনেহৰ মুগাৰে মহুৰা ,
তাতোকৈ চেনেহৰ মাকো।
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি ,
নাপাতি কেনেকৈ থাকো।।

ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ এই বিহুৱে আপোনালৈ কঢিয়াই আনক সুখ-সম্প্ৰীতি আৰু আশাৰ বতৰা।

ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ। এই বিহুটিয়ে আপোনালোকৰ জীৱনলৈ লৈ অফুৰন্ত আনন্দ কঢ়িয়াই আনক।

হেঁপাহৰ ৰঙালীৰ ওলগ জনালো! ৰঙালীৰ দৰেই ৰঙীন হওঁক আপোনাৰ জীৱন।

বাপতিসাহোন ৰঙালী বিহুৰ ওলগ জনালো! এই বিহুৱে কঢিয়াই আনক ঐক্য আৰু সম্প্ৰিতীৰ বতৰা ।

অসমীয়াৰ আয়ুসৰেখা ব’হাগ বিহুৰ প্ৰীতি আৰু শুভকামনা জনালোঁ।

সমূহ অসমবাসী ৰাইজক বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। এই বিহুৱে প্ৰতিটো পৰিয়ালৰ বাবে কঢিয়াই আনক সুখ আৰু শান্তিৰ বতৰা।

Short, festive, and perfect for photos or reels:

“পেপাৰ ৰিদমত, বিহুৰ আনন্দ!”
“বিহুৰ ৰঙেৰে জীৱন উজ্জ্বল কৰক।”
“মৰম, হাঁহি আৰু বিহুৰ ধুমধাম!”
“পেপা-বাঁহি, দোল, নাচ, পিঠা—আনন্দে ভৰা দিন!”
“শুভ বিহু! আনন্দে ভৰা দিন।”
“নৱবৰ্ষৰ শুভেচ্ছা, বিহুৰ ৰঙেৰে!”
“বিহুৰ মৰম, হাঁহি আৰু আনন্দ।”
“ধানৰ খেতি, নৃত্য আৰু পৰম্পৰা—বিহুৰ আনন্দ।”

Assamese Bihu Instagram Captions:

“বিহুৰ আনন্দত ভৰা প্ৰকৃতিৰ মাজত, সুখৰ নৱ উজলনি।”
(Amid the joy of Bihu, nature shines with new happiness.)

“নৱবৰ্ষৰ নতুন আশা, বিহুৰ ৰঙেৰে সাজি তুলা জীৱন।”
(New year, new hopes, life colored with Bihu.)

“ঢোল–পেপা, নাচ–গীত, বিহুৰ আনন্দ সকলোৰে বাবে।”
(Dhol–pepa, dance–songs, Bihu joy for everyone.)

“পদুলি ফুলেৰে পৰিপূৰ্ণ, বিহু আহিল সুখৰ বাৰ্তা লৈ।”
(Fields full of blooms, Bihu brings messages of happiness.)

Leave a Comment