দলিল লিখাৰ নিয়ম
মাটি বন্ধকী চুক্তি পত্র বৰাবৰঃ- যিজনে বন্ধকী ল’ব, তেওঁৰ তথ্য- নামঃ_____ পিতাৰ নামঃ______ গাওঁঃ______ ডাকঘৰঃ_____ থানাঃ_____ মৌজাঃ______ পিনঃ______ জিলা______ (অসম) লিখিতংঃ- যাৰ মাটি তেওঁৰ তথ্য নামঃ_____ পিতাৰ নামঃ______ গাওঁঃ______ ডাকঘৰঃ_____ থানাঃ_____ মৌজাঃ______ পিনঃ______ জিলা______ (অসম) আজি _____ ইং তাৰিখত মোৰ বিশেষ অসুবিধাৰ বাবে টকাৰ প্রয়োজন হোৱাত মোৰ নিজা নামত থকা ____ ৰাজহ চক্রৰ অন্তৰ্গত, গাওঁ____ … Read more