চৰিত্ৰ প্ৰমাণ পত্ৰ

প্ৰতি,

প্ৰধান শিক্ষক/শিক্ষয়ত্ৰী                                                                         তাং____/_____/_____

[বিদ্যালয়ৰ নাম]

[বিদ্যালয়ৰ ঠিকনা]

 

বিষয়ঃ চৰিত্ৰ প্রমাণপত্র বিচাৰি কৰা আবেদন পত্র

 

মহাশয়/মহাশয়া,

বিনীত নিবেদন এই যে মই আপোনাৰ স্কুলৰ প্ৰাক্তন ছাত্ৰ/ছাত্ৰী। মই ______ চনত গড়ে _____ শতাংশ নম্বৰ পাই হাইস্কুল শিক্ষান্ত পৰিক্ষাত উত্তীৰ্ণ হৈছিলো। ইয়াৰ বাহিৰেও মই বিদ্যালয়ৰ অন্যন্য খেল-ধেমালি, সাংস্কৃতি কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিলো। বৰ্তমান মই _____________ কলেজত ___________ পঢ়ি আছো। সম্প্ৰতি চাকৰিৰ আবেদন কৰাৰ কাৰনে মোক এখন প্ৰমাণ পত্ৰৰ আবশ্যক হৈছে।

আশাকৰো অতি সোনকালে মোক উক্ত প্ৰমাণ পত্ৰখন প্ৰদান কৰিব।

 

আপোনাৰ বিশ্বাসী

[আপোনাৰ নাম]

Leave a Comment