দলিল লিখাৰ নিয়ম

মাটি বন্ধকী চুক্তি পত্র

বৰাবৰঃ- যিজনে বন্ধকী ল’ব, তেওঁৰ তথ্য-

নামঃ_____ পিতাৰ নামঃ______ গাওঁঃ______ ডাকঘৰঃ_____ থানাঃ_____ মৌজাঃ______ পিনঃ______ জিলা______ (অসম)

লিখিতংঃ- যাৰ মাটি তেওঁৰ তথ্য

নামঃ_____ পিতাৰ নামঃ______ গাওঁঃ______ ডাকঘৰঃ_____ থানাঃ_____ মৌজাঃ______ পিনঃ______ জিলা______ (অসম)

আজি _____ ইং তাৰিখত মোৰ বিশেষ অসুবিধাৰ বাবে টকাৰ প্রয়োজন হোৱাত মোৰ নিজা নামত থকা ____ ৰাজহ চক্রৰ অন্তৰ্গত, গাওঁ____ মৌজা____ৰ দাগ নং____ পাট্ৰা নং____ৰ ২ ( দুই ) বিঘা মাটি প্রতি বিঘাত ২০,০০০ (বিশ হাজাৰ) টকাকৈ মুঠ ৪০,০০০ (চল্লিশ হাজাৰ) টকা লৈ ওপৰত উল্লেখ কৰা বৰাবৰক বন্ধকী চমজাই দিলো। উল্লেখ থাকে যে উক্ত মুঠ টকা ঘুৰাই নিদিয়ালৈকে উক্ত বৰাবৰে দখল ভোগ কৰি থাকিব আৰু মই বা মোৰ কোনো ওৱাৰিশে ওজৰ আপত্তি কৰিলে এই চুক্তি পত্রৰ বলে আইনৰ অগ্রাহ্য হ’ব।

আৰু উল্লেখ থাকে যে এই মাটি ইয়াৰ আগতে কাৰো ওচৰত বিক্রী, বন্ধুকী, বা দায়গ্রস্থ কৰি ৰখা নাই। এনেকুৱা কিবা প্রমাণিত হ’লে আইনত দণ্ডনীয় হম। এতদৰ্থে স্বজ্ঞানে সুস্থ শৰীৰে তলত উল্লেখ কৰা সাক্ষীৰ উপস্থিতিত চহী কৰি বন্ধুকী সম্পাদন কৰিলোঁ।

ইতি,

মাটিৰ গৰাকীৰ চহী

সাক্ষীৰ চহী

১/______

২/______

৩/______

৪/______

1 thought on “দলিল লিখাৰ নিয়ম”

  1. Shahanur jamal

    আৰু কেইটামান দলিল যেনে, মাটি কিনা বেতাল, বাইনা কৰা
    আপলোড দিবলৈ অনুৰোধ জনালো

Leave a Comment

Your email address will not be published. Required fields are marked *