চৰকাৰী ঘৰ বিচাৰি আবেদন

প্রতি,

তাং_______

মাননীয় সভাপতি মহোদয়
[পঞ্চায়তৰ নাম]

বিষয় : Pmay আবাসগৃহ পাবৰ বাবে/চৰকাৰী ঘৰ বিচাৰি আবেদন।

মহাশয়,

বিনীত নিবেদন এই যে মই [আপোনাৰ নাম] ________নং গাওঁ পঞ্চায়তৰ ________নং ৱাৰ্ডৰ এগৰাকী বাসিন্দা। মই চৰকাৰৰ দ্বাৰা স্বীকৃত দৰিদ্ৰ সীমাৰেখা তলৰ ব্যক্তি। মহোদয়ক বিশেষভাৱে জনাওঁ যে চৰকাৰী আবাস পোৱাৰ যোগ্য যদিও উক্ত তালিকাত এবাৰো নাম অন্তৰ্ভুত্ক নহ’ল।

গতিকে নহোদয়ে দয়া কৰি মোক প্ৰধানমন্ত্ৰী আৱাস যোজোঁনা আঁচনিৰ অধীনত এটি আৱাসগৃহ পোৱাৰ সুবিধা কৰি মহত উপকাৰ সাধন কৰে যেন।

ইতি,
আপোনাৰ বিশ্বাসী
[আপোনাৰ নাম]
[পিতাৰ নাম]
[ঠিকনা]

* বিঃ দ্রঃ আবেদনৰ লগত বি. পি. এল. কাৰ্ডৰ জেৰক্স কপি গাঁঠি দিয়া হ’ল।

Leave a Comment

Your email address will not be published. Required fields are marked *