ছফটৱেৰ কি
চফ্টৱেৰ হ’ল নিৰ্দেশনা বা প্ৰগ্ৰেমৰ এটা গোটক বুজায় যিয়ে কম্পিউটাৰক কি কাম কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে সেই বিষয়ে কয়। অৰ্থাৎ চফটৱেৰ হৈছে কম্পিউটাৰ ব্যৱস্থা এটা চলাবলৈ, পৰিচালনা কৰিবলৈ আৰু নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা তথ্য আৰু প্ৰগ্ৰেমৰ সংকলন। বিভিন্ন ধৰণৰ চফট্ ৱেৰ, য’ত আছে: (ক) অপাৰেটিং চিস্টেমসমূহ: এইবোৰ হৈছে এটা কমপিউটাৰত চলি থকা মৌলিক প্ৰগ্ৰামসমূহ, … Read more