গছ আমাৰ পৰম বন্ধু | গছ আৰু আমি
সেউজীয়া বৰণে চিৰকাল আমাৰ জীৱন আৰু কল্পনা শক্তিক উৰ্বৰ কৰি ৰাখিছে। সেউজীয়াৰ সমাপ্তি মানেই আমাৰ আশা আকাংক্ষাৰো যৱনিকা। সেউজীয়া অবিহনে এই ধৰণীখন আৰু বসবাসৰযোগ্য হৈ নাথাকিব। আমাৰ সৃষ্টিৰ সকলো উৎসই হ’ল এই সেউজীয়া। আজি এমুঠি লোকৰ অবিবেকী কাৰ্যৰ ফলত সেউজীয়া ৰহন ম্লান হৈ পৰিছে। সুস্হ জীৱন যাপনত গছ আৰু মানুহৰ সম্পৰ্ক অটুট ৰখা দৰকাৰ। সেউজীয়া … Read more