ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস। বৈদিক যুগৰ শিক্ষা
ভাৰবৰ্ষৰ অতীত শিক্ষা ব্যৱস্থা পৰিচালনাৰ বাবে কোনো বিশেষ শিক্ষা কৰ্তৃপক্ষ নাছিল আৰু শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰিবৰ বাবে কোনো শিক্ষা বিষয়াও নাছিল। সেই সময়ত কিছুমান বিদ্যান ব্যক্তিয়ে নিজ গৃহতে ছাত্ৰশালা স্থাপন কৰি ছাত্ৰসকলক শিক্ষা প্ৰদান কৰিছিল। ছাত্ৰ সকলে গুৰুগৃহত গুৰুৰ তত্ত্বাবধানত শিক্ষা লাভ কৰিছিল। গুৰুৱে ছাত্ৰসকলক নিজৰ ল’ৰাৰ দৰে মৰম কৰিছিল আৰু জীৱনৰ বাবে প্ৰয়োজনীয় … Read more