প্ৰমথেশ বৰুৱাৰ বিষয়ে চমুকৈ
অসমৰ গুণী চিত্ৰ নিৰ্মাতা আছিল প্ৰমথেশ বৰুৱা। গৌৰীপুৰৰ জমিদাৰ পৰিয়ালত জন্মলাভ কৰা প্ৰতিভাশালী ব্যক্তি প্ৰমথেশ বৰুৱা ভাৰতৰ চলচ্চিত্ৰ জগতৰ এগৰাকী আগসাৰীৰ চিত্ৰ-নিৰ্মাতাৰূপে পৰিচিত। তেওঁ অসমৰ সন্তান আছিল যদিও বংগৰ বঙালী কথাছবিকহে বলিষ্ঠ ৰূপ দি গ’ল। বঙালী কথাছবিৰ শকত ভেটি কৰাৰ ক্ষেত্ৰত প্ৰমথেশ বৰুৱা অৱদান অনস্বীকাৰ্য। বঙালী উপন্যাসৰ ভেটিত বংগৰ গ্ৰাম্য জীৱনৰ অৱদান পটভূমিত তেওঁ … Read more