আমাৰ চুবুৰীয়া দেশসমূহ
ভাৰত আমাৰ মাতৃভূমি। ই পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ। ইয়াৰ আয়তন ৩,২৮৭,২৬৩ বৰ্গ কিলোমিটাৰ, বৰফেৰে আবৃত হিমালয়ৰ উচ্চতাৰ পৰা দক্ষিণৰ গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্যলৈকে বিস্তৃত৷ ই বিশ্বৰ সপ্তম বৃহত্তম দেশ। প্ৰায়ে কোৱা হয় যে ভাৰত এখন দেশ নহয় এখন উপ মহাদেশ। পূবে বংগউপসাগৰ আৰু পশ্চিমে আৰব সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰ। উত্তৰ দিশত আমাৰ পাহাৰৰ শৃংখল – হিমালয়। … Read more