গণতন্ত্ৰ বা গণৰাজ্য দিৱসৰ শুভেচ্ছা বাণী ২০২৩ | Republic Day Wishes, Massage & Status in Assamese

১৯৫০ চনৰ ২৬ জানুৱাৰী দিনটোতেই ভাৰতৰ সংবিধান গৃহীত আৰু কার্যকৰী হৈছিল। সেয়েহে প্ৰতি বছৰ দৰে এইবাৰো ২৬ জানুৱাৰী দিনটোক ভাৰতৰ গণতন্ত্ৰ দিৱস হিচাপে বর্ণাঢ্য কার্যসূচীৰে পালন কৰা হব।  বৰং অমিক্ৰম আৰু কৰোনা ভাইৰাছৰ অতি মাত্ৰা বৃদ্ধিৰ ফলত গণতন্ত্ৰ দিৱস ভাল দৰে পালন কৰিব নোৱাৰিলেও নিজকে এই মহামাৰীৰ পৰা মুক্ত কৰো আহক। আজিৰ দিনটোত, আমি স্বাধীনতা … Read more