বহাগ বা ৰঙালী বিহুৰ শুভেচ্ছা বাণী ২০২৬ | Rongali/bohag bihu wishes in assamese

ব’হাগ বিহু বা ৰঙালী বিহু হৈছে উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসম আৰু উত্তৰ-পূব ভাৰতৰ অন্যান্য অঞ্চলত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে পালন কৰা এক পৰম্পৰাগত জনগোষ্ঠীয় উৎসৱ, আৰু অসমীয়া নৱবৰ্ষৰ আৰম্ভণি। অসমত ৭ দিনত অতি উৎসাহেৰে পালন কৰা হয়। এইবাৰ ১৪-২০ এপ্ৰিললৈ উদযাপন কৰা হ’ব। এই ৰঙালী বিহু বা বহাগ বিহুৰ সময়তে নিজৰ বন্ধু-বান্ধৱী, পৰিয়ালবৰ্গ, বা আন মানুহৰ … Read more

বৰ্তমান ভাৰতীয় সমাজত নাৰীৰ স্থান

    নাৰীৰ মৰ্যাদাই এটা জাতিৰ সামাজিক, অৰ্থনৈতিক আৰু মানসিক অৱস্থাৰ চিত্ৰণ কৰে। আমাৰ শাস্ত্ৰত নাৰীক আধ্যাত্মিকতাৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছে। তথাপিও প্ৰাচীন ভাৰতীয় সভ্যতাত নাৰীক অধিকাৰ আৰু সমতাৰ পৰা বঞ্চিত কৰা হৈছিল। তেওঁলোকৰ লগত পুৰুষৰ লগত বেয়া আৰু অসমান ব্যৱহাৰ কৰা হৈছে। যৌতুক, সতী-ব্যৱস্থা, বাল্যবিবাহ, নাৰী কেঁচুৱা হত্যা আদি সামাজিক দুষ্টতা প্ৰাথমিক যুগত বহুলভাৱে … Read more

আলি আই লৃগাং শুভেচ্ছা

     অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ আলি আঃয়ে লৃগাং (Ali-Ai-ligang)। প্ৰতি বছৰে মিচিংসকলে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি এই উৎসৱ উৎসৱ বুলি পালন কৰা হয়। আগতে ফাগুন, চ‘ত বা ব‘হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে (সেই সময়ৰ নাম … Read more

মে ডাম মে ফিৰ শুভেচ্ছা | মে দাম মে ফি শুভেচ্ছা | Me-Dam-Me-Phi wishes in assamese

    প্ৰতি বছৰে টাই আহোমসকলে ৩১ জানুৱাৰী দেওবাৰে টাই আহোমসকলে পূৰ্বপুৰুষৰ মৃতকসকলক পূজা-অৰ্চনা কৰি জাতিটোৰ লগতে অসম ৰাজ্য আৰু দেশৰ মংগল বাঞ্ছা কৰে। টাই আহোমসকলে অতীজৰে পৰা পূৰ্বপুৰুষৰ মৃতকৰ স্মৃতিচাৰণৰ হেতু পূজা অৰ্চনা কৰি আহিছে। উল্লেখ্য যে, মে-ডাম-মে-ফী(Me-Dam-Me-Phi) হ‘ল তাই আহোমসকলৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ।     মে-ডাম-মে-ফী উৎসৱত পালন কৰাতো … Read more

ভোগালী বিহুৰ উৰুকা শুভেচ্ছা । ভোগালী বিহুৰ শুভেচ্ছা 2024

 প্ৰতিজন অসমীয়া ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতি সকলোবে ব্যস্ত হৈ পৰিছে।আজি সকলো ঠাইতে গাঁৱে-গাঁৱে, নগৰে-নগৰে ঢেকীৰ শব্দ, পিঠাৰ গোন্ধ প্ৰান পায় উঠিছে। মুঠতে ভোগালী বিহুৰ বতৰত এতিয়া চৌদিশে উখল-মাখল সৃষ্টি হৈছে। অসমীয়াৰ প্ৰাণৰো প্ৰাণ এই মাঘ বিহুত সকলোৱে প্ৰিয়জনৰ মংগল কামনাৰে ইজনে আনজনক শুভেচ্ছা দিয়াটো পৰম্পৰা। আজি–কালি দূৰৈত তথা নিজৰ আপোন মানুহ, পৰিয়াল তথা বন্ধু–বান্ধৱীক ভোগালী বিহুৰ … Read more

পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই) মানে কি? PFI Assam full form

২০০৭ চনৰ ১৭ ফেব্ৰুৱাৰীত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই)[Popular Front of India (PFI)] গঠন কৰা হয়। দক্ষিণ ভাৰতৰ তিনিটা মুছলমান সংগঠনক একত্ৰিত কৰি এই সংগঠন গঠন কৰা হৈছিল। যিটো হিন্দুত্ববাদী গোটসমূহক প্ৰতিহত কৰিবলৈ গঠন কৰা হৈছিল আৰু ই মুছলমান সংখ্যালঘু ৰাজনীতিৰ এক উগ্ৰ আৰু একচেটিয়াতাবাদী শৈলীত লিপ্ত হয়। ইয়াৰ ভিতৰত আছিল কেৰেলাৰ নেচনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট, … Read more

শিক্ষক দিৱস ২০২৩ | শিক্ষক দিৱসৰ বক্তৃতা

মোৰ সকলো সন্মানীয় শিক্ষক আৰু ইয়াত উপস্থিত সকলোকে অতি উষ্ম আদৰণি জনাইছো। আজি মই শিক্ষক দিৱসত ভাষণ দিবলৈ আহিছো। মই মোৰ ভাষণৰ আৰম্ভণিতে মোৰ সকলো প্ৰিয় শিক্ষকক ধন্যবাদ জনাইছো যে তেওঁলোকে আমাক সদায় পথ প্ৰদৰ্শন কৰি সকলো শিক্ষা, নৈতিক মূল্যবোধ, আৰু অনুশাসন প্ৰদান কৰিছে। ভাৰতত শিক্ষক দিৱস প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ তাৰিখে আমাৰ দ্বিতীয় ৰাষ্ট্ৰপতি … Read more

ঈদ মোবাৰকৰ শুভেচ্ছা বাণী | Eid Mubarak wishes 2024 in assamese

সমূহ ইছলাম ধৰ্মাৱলম্বী ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে অসমবাসী বা ভাৰতবাসীক পবিত্ৰ ঈদ-উল-ফিতৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। আৰু লগতে বিভিন্ন জাতি জনজাতি মিলনৰ ভূমি এইখন অসমত সকলোকে শান্তিৰ বাণীৰে উদ্বুদ্ধ কৰি তুলিবলৈ মহান আল্লাহৰ ওচৰত দোৱা কৰিলো। এই পবিত্ৰ ঈদ উল ফিতৰৰ দিনত সকলৰে মাজত সমন্বয়, একতা, তথা ভাতৃত্বৰ এনাজৰী টনকিয়াল হওঁক আৰু সকলোৰে মঙ্গল … Read more

বাতৰি কাকত | Batori Kakot Assamese

আধুনিক সমাজৰ জনপ্ৰিয় গণমাধ্যম হৈছে বাতৰি কাকত। বাতৰি কাকতে দেশ-বিদেশৰ বিভিন্ন বা-বাতৰি, বিভিন্ন আলোচনা, বিভিন্ন সাহিত্যিকৰ সাহিত্যৰাজি আদি হাতত তুলি ধৰি আমাক বিমল আনন্দৰ যোগান ধৰে। এখন সমাজৰ সামাজিক, অৰ্থনৈতিক তথা সমসাময়িক বিভিন্ন বিষয়ক প্ৰতিফলন কৰা বাতৰি কাকত হৈছে আধুনিক পৃথিৱীৰ প্ৰতিফলন। বাতৰি কাকত উৎপত্তিঃ পৃথিৱীত সৰ্বপ্ৰথম বাতৰি কাকত উদ্ভাৱন হৈছিল চীন দেশত। ইউৰোপত প্ৰথম … Read more

এছচিইআৰটি অসম ডি.এল.এড নামভৰ্তি 2022 | d el ed online apply 2022 assam

এছ.চি.ই.আৰ.টি. অসম ডি.এল.এড নামভৰ্তি ২০২২ – ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এছ.চি.ই.আৰ.টি.), অসমে ২ বছৰীয়া ডিপ্লোমা ইন এলিমেণ্টৰী এডুকেশ্বন (ডি.এল.এড) পাঠ্যক্ৰম ২০২২-২৪ ৰ বাবে নামভৰ্তি সম্পৰ্কে এখন জাননী প্ৰকাশ কৰিছে। যিসকলে ডি.এল.এড কৰিব ইচ্ছুক হৈ আছে তেওঁলোকে অতি সোনকালে আবেদন দাখিল কৰিব পাৰিব। এছচিইআৰটি অসম ডি.এল.এড নামভৰ্তি ২০২২ Course ৰ নাম: ডিপ্লোমা ইন এলিমেণ্টৰী … Read more