অসমৰ নিবনুৱা সমস্যা সমাধানৰ উপায়

      ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। এই দেশে ইতিমধ্যে স্বাধীনতাৰ সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে যদিও সামগ্ৰিক উন্নয়নৰ দিশত বৰ বেছি আগবাঢ়িব পৰা নাই। বৰ্তমান দেশখনৰ এখ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত। সন্ত্ৰাসবাদৰ সমস্যা, বিচ্ছিন্নতাবাদৰ সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা, জনসংখ্যা বৃদ্ধিৰ সমস্যা, নিবনুৱা সমস্যা, শিক্ষাৰ সমস্যা প্ৰভৃতি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত দেশখনৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক দিশৰ বিকাশ যেনেদৰে হ’ব লাগিছিল, … Read more

ভাৰত আৰু শ্ৰীলংকাৰ মাজত সম্পৰ্কৰ জটিলতাসমূহ

       দেশ দুখনৰ মাজত দেখা দিয়া এটি দীৰ্ঘদিনীয়া সমস্যা হৈছে ভাৰতৰ পৰা যোৱা অৰ্থাৎ শ্ৰীলংকাত বসবাস কৰি থকা তামিলসকলক লৈ সৃষ্টি হোৱা সমস্যা। শ্ৰীলংকাত বাস কৰা সিংহলি সংখ্যাগৰিষ্ঠতাই ৰাজনীতি শক্তিক পৰিচালনা কৰি আহিছে। এই ক্ষেত্ৰত তামিলসকলৰ খুউব কম সংখ্যকহে দেশখনৰ নাগৰিকত্ব প্ৰদান কৰিছে। ফলত ভাৰত বংশোদ্ভুত বহুসংখ্যক লোকেই ইয়াৰ বিৰোধিতা কৰি ভাৰত-শ্ৰীলংকাৰ মাজত বিৰোধৰ সংঘাতপূৰ্ণ … Read more

ভাৰত আৰু চীনৰ মাজত সম্পৰ্ক

       ভাৰত আৰু চীন দেশৰ মাজত উমেহতীয়া ভৌগোলিক সীমাৰ সম্বন্ধ অতীজৰে পৰা আছে। ব্ৰিটিছৰ পৰা মুক্ত হৈ ভাৰতে স্বধীনতা লাভ কৰাৰ পিছত চীনৰ সৈতে যথেষ্ট সুসম্পৰ্ক গঢ়ি উঠিছিল। ভাৰতবৰ্ষই ১৯৫০ চনত কোৰিয়ান যুদ্ধৰ সময়ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত চীনক আক্ৰমণকাৰী হিচাপে ঘোষণা কৰাত ভাৰতে এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোটাধিকাৰ প্ৰদান কৰিছিল। ১৯৪৫ চনত ভাৰতে চীনৰ লগত বিখ্যাত … Read more

ভাৰত আৰু ৰাছিয়াৰ মাজত সম্পৰ্ক

       ছোভিয়েট ৰাছিয়াৰ পতনৰ পিছৰে পৰা ভাৰত আৰু ৰাছিয়াৰ মাজত এক সুসম্পৰ্ক চলি আহিছে। ভাৰত আৰু ৰাছিয়াৰ পাৰস্পৰিক সম্বন্ধ বিশ্বাস আৰু উমেহতীয়া আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত। ভাৰতবৰ্ষ আৰু ৰাছিয়াৰ বহু মেৰু সম্পন্ন বিশ্ব শৃংখলাৰ বাবে এক পৰিকল্পনা যুগুত কৰিছিল। ২০০১ চনত স্বাক্ষৰ কৰা ভাৰত ৰাছিয়াৰ কৌশলগত চুক্তি, ২০০১ ৰ অংশ হিচাপে ভাৰতবৰ্ষ আৰু ৰাছিয়াই প্ৰায় ৮০ … Read more

সাহিত্য বুলিলে কি বুজা? ইয়াৰ গুণাগুণ সম্পৰ্কে ব্যাখ্যা

       সাধাৰণতে সাহিত্য বুলিলে কিছুমান কিতাপক বুজায়। কিন্তু কিতাপ মাত্ৰেই মানুহক আকৰ্ষণ কৰিব পাৰে, সেইখনকহে সাহিত্য বুলিব পাৰি। সাহিত্যই সকলো শ্ৰেণীৰ মানুহকে আনন্দ দিব পাৰে। যিবোৰ কিতাপে কেৱল কোনো নিৰ্দিষ্ট শ্ৰেণীৰ লোককহে আনন্দ দিয়ে, যিবোৰ কিতাপ সাহিত্যৰ ভিতৰত নপৰে। সাহিত্যৰ সম্বন্ধ ঘাইকৈ মানুহৰ জীৱন আৰু কাৰ্যাৱলীৰ লগত। গতিকে ভাষাৰ মাধ্যমেৰে জীৱনৰ প্ৰকাশেই হ’ল সাহিত্য।        … Read more

ভোগালী বিহুৰ শুভেচ্ছা বাণী | Magh/Bhogali Bihu Messages, Wishes & Greetings For 2024

  এই মাঘৰ দোমাহীত আপোনালোকৰ আশা আকাংক্ষা সকলোৰে হৃদয়ত ভৰি থাকে। এই বিহুত  নিজৰ বন্ধু-বান্ধুৱী, প্ৰিয়, আন কোনোবাৰ লগত ভোগালী বিহুৰ শুভেচ্ছা দিবৰ বাবে বহুটো ইচ্ছা হয়। হয়টো তোমালেকে গুগলত বিহুৰ শুভেচ্ছাৰ কৰিবৰ বাবে বাৰ্তা বিচাৰি থাকিব পাৰে। তোমাৰ ৱাটচাপ, মেছেনজাৰ আদিত হয়টো ‘শুভ ভোগালী বিহুৰ শুভেচ্ছা থাকিল’ বুলি অধিকাংশৰে থাকিব পাৰে। কিন্তু তোমালোকে বেছিভাগে  মেছেজ … Read more

Surface Web, Deep Web & Dark Web Explained | চাৰ্ফেজ ৱেব, ডিপ ৱেব আৰু ডাৰ্ক ৱেবৰ সম্পূৰ্ণ বিৱৰ্ণ

    যদি মই আপোনালোকক প্ৰশ্ন কৰোঁ? তেতিয়া তোমালোকে বেছিভাগ মানুহে কব ইণ্টাৰনেট যিবোৰ দেখাই দিয়ে, যিবোৰ আমি চাৰ্চ কৰো, যিবোৰ ইণ্টাৰনেট আমি ব্যৱহাৰ কৰিব পাৰো তাকে ইণ্টাৰনেট হয়। ইণ্টাৰনেট হৈছে ভিন্ন ভিন্ন ৱেব চাইটৰ ভাণ্ডাৰ। কিন্তু মই তোমালোকক কওঁ আমি যিবোৰ ইণ্টাৰনেট ব্যৱহাৰ কৰো এটো ৪ শতাংশ ভাগহে হয়, বাকী ৯৬ শতাংশ তলত লুকাই থাকে৷ … Read more

চাইকেল আমাৰ জীৱনত অতি গুৰুত্বপূৰ্ণ

আপুনি ভাবিব পাৰে যে চাইকেলৰ দৰে সৰল আৱিষ্কাৰৰ এক জটিল অতীত থাকিব। কিন্তু যেনেকৈ দেখা গৈছে,  এই অত্যন্ত জনপ্ৰিয় আৱিষ্কাৰটোৰ এক ইতিহাস আছে যি বিতৰ্ক আৰু ভুল তথ্যৰে ভৰা। যদিও চাইকেলখন কোনে আৱিষ্কাৰ কৰিছিল সেই বিষয়ে কাহিনীবোৰে প্ৰায়ে ইজনে সিজনৰ বিৰোধিতা কৰে,  এটা কথা নিশ্চিত – প্ৰথম চাইকেলবোৰ আপুনি আজি ৰাস্তাত ঘূৰি ফুৰা ৰ দৰে … Read more

বিটকইন কি? বিটকইন কেনেকৈ ব্যৱহাৰ কৰা হয়? বিটকইন কিয় ব্যৱহাৰ কৰা হয়? What is Bitcoin in Assamese

বিশ্বত সকলো দেশতে টকা আছে, আৰু সেই টকাৰ যোগেদি বস্তু লেন-দেন কৰা হয়। সকলো দেশতে টকাৰ নাম ভিন্ন ভিন্ন, আৰু মূল্যসমূহো বেলেগ বেলেগ। যেনেদৰে ভাৰতবৰ্ষত টকাৰ লেন-দেন কৰিবলৈ ইণ্ডিয়ান ৰুপি(আইএনআৰ), আমেৰিকাৰ টকা ডলাৰ, উকেৰ টকা পাউণ্ড আছে। সেইদৰে বিভিন্ন দেশৰ বাবে নিজস্ব টকাৰ নাম আছে। সেইদৰে ইণ্টাৰনেটত টকা লেদ-দেন কৰিবলৈ টকা আছে, যাক আমি অনলাইন … Read more

‘মানিকে মাগে হিথে’ গাই বৰ্তমান চছিয়েল মিডিয়াত জনপ্ৰিয় ২০২১

বৰ্তমান চছিয়েল মিডিয়াত ভাইৰেল হৈ আছে তামিল ভাষাৰ গানত। ফেছবুক, টুইটাৰ, ইষ্ট্ৰাগ্ৰাম, ৱাটছএপ আদি কেই ছেকেণ্ডৰ ভিডিঅ’বে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছে। শ্ৰীলঙ্কাৰ জনপ্ৰিয় গায়িকা য়োহানি(য়োহানি ডে চিলভা)য়ে তামিল ভাষাত ‘মানিকে মাগে হিথে’ গাই বৰ্তমান চছিয়েল মিডিয়াত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। এই গানৰ ভাষা নুবুজিলেও সকলো ভাৰতবাসীয়ে শুনি ভাল পালে, আনকি বলিউডৰ অভিনেতা অমিত্বা … Read more