নতুন সংসদ ভৱনৰ উদ্বোধনী উপলক্ষে মুকলি কৰিব ৭৫ টকীয়া মুদ্ৰা
দেওবাৰে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানৰ স্মৃতিত ৭৫ টকীয়া বিশেষ মুদ্ৰা মুকলি কৰিব বিত্ত মন্ত্ৰালয়ে। মন্ত্ৰালয়ে জাৰি কৰা গেজেট অধিসূচনাত কোৱা হৈছে যে, “নতুন সংসদ ভৱন উদ্বোধন উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ কৰ্তৃত্বত জাৰি কৰাৰ বাবে পঁচাত্তৰ টকাৰ মুদ্ৰাটো মিণ্টত মুদ্ৰা কৰা হ’ব।” ৭৫ টকীয়া মুদ্ৰাৰ বিষয়ে জানিবলগীয়া সকলো কথা ইয়াত উল্লেখ কৰা হৈছে: ৭৫ টকীয়া … Read more