পথ সুৰক্ষাৰ চিহ্ন আৰু সতৰ্কমূলক পথ চিহ্ন | Mandatory Road Signs and Cautionary Road Signs | Road Sefety

পথ সুৰক্ষা আৰু আমাৰ দায়বদ্ধতা   ৰাষ্টা ঘাটৰ বৃদ্ধিৰ লগে লগে বিগত দৈনন্দিন বৃদ্ধি পাব ধৰিছে পথ দুৰ্ঘটনাৰ ঘটনা। বিষয়টো চিন্তনীয়, শেহতীয়া এক সমীক্ষা অনুসৰি, ভাৰতবৰ্ষত গড়ে যিমানসংখ্যক লোকে স্বাভাৱিকভাৱে মৃত্যুবৰণ কৰে তাতকৈ অধিক সংখ্যক লোকে পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লয়। যান-বাহনৰ তদাৰকৰ দায়িত্বত নিয়োজিত ট্ৰেফিক পুলিচসকলৰ কৰ্তব্যপৰায়ণতা খুবেই প্ৰয়োজনীয়। আমাৰ পৰিবহণ … Read more

পিতৃ দিৱসৰ তাৎপৰ্য

কোনোবা সন্তান নিজৰ জীৱনত সকলোতকৈ আগত নিজৰ দেউতাক লগ পায়। শিশুৰ ক্ৰমবৰ্ধমান যুগত তেওঁক এনেকুৱা ব্যক্তিক প্ৰয়োজন যি তেওঁৰ ছুপাৰ হিৰো হব পাৰে। পিতাই এজন ছুপাৰ হিৰো নায়কৰ সকলোতকৈ ভাল উদাহৰণ। এজন দেউতায়ে পৰিয়ালৰ কাৰণে দিন-ৰাতি অক্লান্ত পৰিশ্ৰম কৰে, য’ত নিজৰ সন্তানক ভালদৰে শিক্ষিত কৰি আৰু নিজৰ পৰিয়ালক সমৰ্থন কৰিব পাৰে। তেওঁৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতি … Read more

লকডাউনৰ সময়ত ঘৰত বহি কাম, মাহতে হাজাৰ টকা উপাৰ্জন কৰক | লকডাউন আৰু ইয়াৰ প্ৰভাৱ

  বৰ্তমান ক’ৰোনা মহামাৰীয়ে গোটেই বিশ্বক কপাই তুলিছে। কোনোৱে নিজৰ পৰিয়াল, বন্ধু-বান্ধুৱী, আত্মীয়-কুতুম্ভ, চাকৰী, ব্যৱসায়-বাণিজ্য আদি সকলোৱে হেৰুৱাঁব লাগিছে, এই মহামাৰীত নিজৰ নিজৰ ঘৰত থাকিব লগা হৈছে। বৰ্তমান এতিয়া দ্বিতীয় ঢৌ চলি আছে কেতিয়া অন্ত পৰে তাক কোনেও ক’ব। যাৰফলত এই লকডাউনত নিবনুৱা সমস্যাই বহুত দেখা দিছে। মানুহে নিজৰ কামৰ পৰা আহি ঘৰতে এনে কাম-বন … Read more

ক’ৰনা ভাইৰাছৰ দৰে পূৰ্বেও কেইবা বাৰো মহামাৰীয়ে অতি ভয়াবহতাৰে মানৱ জাতিক শেষ কৰিব খুজিছিল

   বৰ্তমান ক’ৰনা ভাইৰাছে গোটেই বিশ্বক ভয়াতুৰ সৃষ্টি কৰিছে। এই ভাইৰাছ প্ৰথমতে ইমান মানুহৰ মৃত্যু হোৱা নাছিল, কিন্তু এতিয়া দ্বিতীয় দৌ অতি মাৰাত্মক, সময়ৰ লগত ক’ভিড-১৯নে নিজৰ ৰঙো সলনি কৰিলে যাৰফলত মানুহৰ মৃত্যুৰ হাৰ অতি ভয়াবহতাৰে বৃদ্ধি হ’বলৈ ধৰিছে। বৰ্তমান এই ক’ৰনা ভাইৰাছৰ দৰে পূৰ্বেও কেইবা বাৰো মহামাৰীয়ে অতি ভয়াবহতাৰে মানুহক মাৰি পেলাইছিল। যেনে— ১. … Read more

ক’ৰোনা ভাইৰাছ (ক’ভিড-১৯)

পৰিচয়ঃ ক’ৰোনা ভাইৰাছ হ’ল সাধাৰণতে ক’ভিড-১৯(COVID-19) বুলি কওঁ, এটি সংক্ৰমণ ৰোগ যি মানুহৰ শ্বাসযন্ত্ৰত অসুস্হতাৰ মূখ্য কাৰণ। কভিড-১৯ প্ৰথমতে ২০১৯ চনৰ ডিচেম্বৰ মাহত ৱূহান চহৰত চিন্হিত কৰা হৈছিল।    ২০২০ চনৰ মাৰ্চ মাহত বিশ্ব স্বাস্হ্য সংস্হা (ডাব্লুএইচও) ক’ভিড-১৯ বিয়পি যোৱাৰ মহামাৰি হিচাপে যোষণা কৰে, এইয়ে গোটেই বিশ্বতে বিপুল সংখ্যক মৃত্যুবৰণৰ কাৰণ হৈছে। ক’ভিড-১৯ আজিলৈকে কোনেও প্ৰমাণিক … Read more

তিনি ভাইৰ যাত্ৰা

এটা সময়ত হাগু, পাংগু আৰু পেগু এই তিনিজন ভাই ককাই আছিল। এদিনাখন তেওঁলোকে দূৰ দেশলৈ বেপাৰ বাণিজ্য কৰিবলৈ যাত্ৰা কৰিলে। তিনিজনেও উটত উঠি বিহাল মৰুভূমিৰ মাজেৰে যাত্ৰা কৰিলে। তেওঁলোকে গৈ গৈ বহু দূৰত পালে, এনেতে ওপৰ পৰা মাত আহিল হ’ল,  “হাগু পাগু আৰু পেগু! তোমালোকে যাওঁতে নিজৰ বস্তাত যিমানপাৰে বালি ভৰাই লৈ যোৱা।”  তেওঁলোকে নিজৰ নিজৰ মনতে … Read more

ভ্ৰমণ । ভ্ৰমণৰ উপকাৰিতা

 আজিৰ দিনত আমি সকলো ব্যস্ত। নিজ নিজ কৰ্মক্ষেত্ৰত শ্ৰেষ্ঠত্ব লাভৰ দৌৰত অতি বেছি ব্যস্ত হৈ থাকে। তাৰ মাজতে কিছু সময় নিজৰ লগত, পৰিয়ালৰ লগত কটোৱাটো ও অতি প্ৰয়োজনীয়। দৈনন্দিন একঘেয়মীয়াতা দূৰ কৰে । ভ্ৰমণে দেহ মনলৈ আনি সতেজতা, নতুন উদ্যম।       ভ্ৰমণ(Travel) হ‘ল কোনো দূৰৰ ঠাইলৈ যাত্ৰা কৰা। ভ্ৰমণ উদ্দেশ্য কেৱল বিদেশ যাত্ৰা … Read more

দশম শ্ৰেণীৰ পিছত কি পঢ়িম (What to do after 10th Class with Full Information?)

       arts, commerce&science stream    কোনোবা কয় আৰ্টছ, কোনোবাই কয় ক’মাৰ্চ, আকৌ আন কোনোবাই চায়েন্স, মোক কবা মই কোনোটো পঢ়িবলৈ ভাল লাগে। এনেদৰে এই কেইটা দিন ভাইটি, ভন্তিসতে নিজকে থিৰাং কৰিব পোৰা নাই। মই কি পঢ়িম? মই কোনটো বিষয় লম? কোনোবাই তোমাক প্ৰশ্ন কৰিলে ইয়াৰ প্ৰতুত্তৰ দিবলৈ বিপাঙোত পৰিলে তেতিয়া হ’লে এইটো শেষলৈকে পঢ়ি যোৱা। পঢ়াই … Read more