পোহৰ বিচাৰি যাওঁ

    শৰৎ কালত পালন কৰা হিন্দু ধৰ্মৰ সকলোতকৈ জাকজমতাৰ উৎসৱেই হৈছে দেৱালী, দীপাৱলী বা দীপান্বিতা ৷ কাতি মাহৰ অমাৱস্যা তিথিৰ দিনা চাৰি-পাঁচ দিনীয়া ভাৰতীয় পোহৰৰ উৎসৱ দিপাৱালী পালন কৰা হয় ৷ ইয়াক বেছিকৈ হিন্দুসকল, জৈনসকল, শিখসকল, আৰু কিছু বৌদ্ধসকলে দিপাৱালী পালন কৰা হয়। এই উৎসৱৰ মূল কাৰণ হ‘ল ‘অন্ধকাৰৰ বিৰূদ্ধে পোহৰ, বেয়াৰ বিৰূদ্ধে ভালৰ আৰু … Read more

গছ আমাৰ পৰম বন্ধু | গছ আৰু আমি

সেউজীয়া বৰণে চিৰকাল আমাৰ জীৱন আৰু কল্পনা শক্তিক উৰ্বৰ কৰি ৰাখিছে। সেউজীয়াৰ সমাপ্তি মানেই আমাৰ আশা আকাংক্ষাৰো যৱনিকা। সেউজীয়া অবিহনে এই ধৰণীখন আৰু বসবাসৰযোগ্য হৈ নাথাকিব। আমাৰ সৃষ্টিৰ সকলো উৎসই হ’ল এই সেউজীয়া। আজি এমুঠি লোকৰ অবিবেকী কাৰ্যৰ ফলত সেউজীয়া ৰহন ম্লান হৈ পৰিছে। সুস্হ জীৱন যাপনত গছ আৰু মানুহৰ সম্পৰ্ক অটুট ৰখা দৰকাৰ। সেউজীয়া … Read more

Surface Web, Deep Web & Dark Web Explained | চাৰ্ফেজ ৱেব, ডিপ ৱেব আৰু ডাৰ্ক ৱেবৰ সম্পূৰ্ণ বিৱৰ্ণ

    যদি মই আপোনালোকক প্ৰশ্ন কৰোঁ? তেতিয়া তোমালোকে বেছিভাগ মানুহে কব ইণ্টাৰনেট যিবোৰ দেখাই দিয়ে, যিবোৰ আমি চাৰ্চ কৰো, যিবোৰ ইণ্টাৰনেট আমি ব্যৱহাৰ কৰিব পাৰো তাকে ইণ্টাৰনেট হয়। ইণ্টাৰনেট হৈছে ভিন্ন ভিন্ন ৱেব চাইটৰ ভাণ্ডাৰ। কিন্তু মই তোমালোকক কওঁ আমি যিবোৰ ইণ্টাৰনেট ব্যৱহাৰ কৰো এটো ৪ শতাংশ ভাগহে হয়, বাকী ৯৬ শতাংশ তলত লুকাই থাকে৷ … Read more

ব্লগ মানে কি? ব্লগিং কৰি কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি? Blogging in Assamese

আমি সকলো সময়তে গুগোলত চাৰ্চ কৰি মনে বিচাৰা তথ্যসমূহ বিচাৰি পাওঁ। তোমালোকে কেতিয়াবা ভাবি চাইছা নে আমি বিছাৰা সকলো তথ্য কেনেকৈ পাওঁ, সেই  তথ্যসমূহ  ব্লগৰ যোগেদিহে পাওঁ। বৰ্তমান সময়ত মানুহবিলাকে চাৰকাৰীমুখী হোৱাৰ ভাবে নিৱনুবা সমস্যাই দেখা দিছে। কিন্তু আজি কালিৰ যুৱাৱস্হাত খালি হাত বহি থাকিবলৈ ইচ্ছা নাই। যিকোনো কামি কৰি নিজৰ পৰিচয়,ৰ লগতে নিজৰ পৰিয়ালক … Read more

চাইকেল আমাৰ জীৱনত অতি গুৰুত্বপূৰ্ণ

আপুনি ভাবিব পাৰে যে চাইকেলৰ দৰে সৰল আৱিষ্কাৰৰ এক জটিল অতীত থাকিব। কিন্তু যেনেকৈ দেখা গৈছে,  এই অত্যন্ত জনপ্ৰিয় আৱিষ্কাৰটোৰ এক ইতিহাস আছে যি বিতৰ্ক আৰু ভুল তথ্যৰে ভৰা। যদিও চাইকেলখন কোনে আৱিষ্কাৰ কৰিছিল সেই বিষয়ে কাহিনীবোৰে প্ৰায়ে ইজনে সিজনৰ বিৰোধিতা কৰে,  এটা কথা নিশ্চিত – প্ৰথম চাইকেলবোৰ আপুনি আজি ৰাস্তাত ঘূৰি ফুৰা ৰ দৰে … Read more

বৰ্তমান ছচিয়েল মিডিয়া আৰু ইয়াৰ প্ৰভাৱ | ছচিয়েল মিডিয়াৰ নেতিবাছক দিশ

বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানে মানুহৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনলৈ নানা পৰিৱৰ্তন কঢ়িয়াই আনিছে। এই প্ৰযুক্তিবিজ্ঞানৰ অৱদান হ’ল টেলিফ’ন, মোবাইল, টেলিগ্ৰাফ, টেলিভিশ্বন, গ্ৰাম’ফ’ন, ৰে়ডিঅ’, কেমেৰা, মুভি কেমেৰা, কথাছবি ইত্যাদি। কুৰি শতিকাৰ এক গুৰুত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰ হৈছে কম্পিউটাৰ। ইয়াক আমি যান্ত্ৰিক মগজু আখ্যা দিব পাৰোঁ। বৰ্তমান ই মানৱ সমাজৰ এক অপৰিহাৰ্ষ অংগ হৈ পৰিছে।      বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানে … Read more

বিটকইন কি? বিটকইন কেনেকৈ ব্যৱহাৰ কৰা হয়? বিটকইন কিয় ব্যৱহাৰ কৰা হয়? What is Bitcoin in Assamese

বিশ্বত সকলো দেশতে টকা আছে, আৰু সেই টকাৰ যোগেদি বস্তু লেন-দেন কৰা হয়। সকলো দেশতে টকাৰ নাম ভিন্ন ভিন্ন, আৰু মূল্যসমূহো বেলেগ বেলেগ। যেনেদৰে ভাৰতবৰ্ষত টকাৰ লেন-দেন কৰিবলৈ ইণ্ডিয়ান ৰুপি(আইএনআৰ), আমেৰিকাৰ টকা ডলাৰ, উকেৰ টকা পাউণ্ড আছে। সেইদৰে বিভিন্ন দেশৰ বাবে নিজস্ব টকাৰ নাম আছে। সেইদৰে ইণ্টাৰনেটত টকা লেদ-দেন কৰিবলৈ টকা আছে, যাক আমি অনলাইন … Read more

ছাত্ৰ-ছাত্ৰী তথা সন্তানৰ ভৱিষ্যৎ আৰু বৰ্তমান | What will happen in the present and future

বৰ্তমান কভিড ১৯ মহামাৰীয়ে বিশ্বজুৰি বিয়পি পৰাৰ ফলত অসমতো ইয়াৰ প্ৰভাৱ পৰিছে। কাল মহামাৰীয়ে ৰাজনৈতি, ব্যৱসায়, চৰকাৰী-বেচৰকাৰী আদিৰ ক্ষেত্ৰত বহুত বেয়াকৈ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। কিন্তু গুৰত্বপূৰ্ণ কথাটো হ’ল যে এই মহামাৰীয়ে আমাৰ বৰ্তমান আৰু ভবিষ্যৎ মানুহৰ সপোনসমূহ বিফল কৰিলে। আমাৰ উঠি অহা নৱ-প্ৰজন্মক লিখা পঢ়াৰ ক্ষেত্ৰত প্ৰভাৱ পৰিছে। শিক্ষাই হৈছে মানৱ জীৱনৰ মূল ভেটি … Read more

দ্বাদশ শ্ৰেণীৰ শিক্ষা বিষয়

জীৱনত সিদ্ধান্ত সৰু লয় না ডাঙৰ লয়, কিন্তু ইয়াক পচন্দ কৰা তোমাৰ অতি গুৰত্বপূৰ্ণ। জীৱনৰ গতিত শুদ্ধ জীৱনৰ গতি পচন্দ কৰাটো আপোনাৰ অতি প্ৰয়োজন। কিন্তু আজি কালিৰ ছাত্ৰ-ছাত্ৰীয়ে কলেজত যোৱাটো সম্পূৰ্ণ কৰি দিয়েই, কিন্তু দ্বাদশ পাছ কৰি  কোনটো লম কোনটো নলম, কিন্তু তেওঁলোকে একো বুজি নাপায়। কোনোৱা নিজৰ মানুহ লিখা পঢ়া মানুহ থাকিলেহে তেওঁলোকক ভালদৰে … Read more

দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফলৰ তাৰিখ দিছে বোৰ্ডে | SEBA 10th Result releasing on July 30 । HSC Result 2021 Assam

  অসম উচ্চ মাধ্যমিক শিক্ষা কাউন্সিলে (AHSEC) পৰীক্ষাৰ ফলাফল ঘোষনা কৰিব ৩১ জুলাই ৯ বজাত। পৰীক্ষাৰ ফলাফল অফিচিয়েল ওয়েবসাইট- http://www.ahsec.nic.in/ত ঘোষনা কৰিব। আৰু মাধ্যমিক শিক্ষা বোৰ্ড, অসম(SEBA) ৩০ জুলাই ১১ বজাত অফিচেয়েল ওয়েবসাইট– https://sebaonline.org/ত দশম শ্ৰেণীৰ ঘোষণা কৰিব। কভিড-১৯ মহামাৰীৰ দ্বিতীয় তৰঙ্গৰ কাৰণে এই বছৰ বোৰ্ডৰ পৰীক্ষাসমূহ বাতিল কৰিব লগা হৈছে। এই বছৰ প্ৰায় সাত … Read more