ড৹ বাণীকান্ত কাকতি পৰিচয় | Dr. Vanikant Kakati Introduction

প্ৰসিদ্ধ সাহিত্যিক সমালোচক গৱেষক পণ্ডিত ড৹ বাণীকান্ত কাকতিৰ জন্ম হৈছিল বৰপেটাৰ বাতিকুৰিহা গাঁৱত ১৮৯৪ চনৰ ১৫ নবেম্বৰ তাৰিখে। সৰু কালিৰে পৰাই তেওঁ মেধা শক্তিৰ পৰিচয় দিব পাৰিছিল। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে ইংৰাজী বিষয়ত স্নাতকোত্তৰ পৰীক্ষণত উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত অধ্যাপনা কৰিবলৈ লয় আৰু পিছত অধ্যক্ষৰ পদতো অধিষ্ঠিত হয়। গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাত অসমীয়া বিভাগৰ প্ৰধান … Read more

মাধৱদেৱৰ চমু পৰিচয় | Brief introduction to Madhavdev

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অতি প্ৰিয়তম আৰু প্ৰধান শিষ্য মাধৱদেৱৰ জন্ম হয় নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ইং ১৪৮৯ চনত। তেওঁ প্ৰথমে শাক্তধৰ্মৰ পোষক আছিল যদিও পিছত মহাপুৰুষজনাৰ সান্নিধ্য লাভ কৰি তেওঁৰ ওচৰত শৰণ লয় আৰু নব-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে একাণপতীয়াকৈ লাগে। এই উদ্দেশ্যেই তেওঁ গীত, ভটিমা, নাট আৰু বিভিন্ন পদ পুথি ৰচনা কৰে। তেওঁৰ দ্বাৰা ৰচিত কালজয়ী দুখন … Read more

ফেচবুকৰ ভাল আৰু বেয়া দিশ

ফেচবুকৰ সুবিধা আৰু অসুবিধা দিশ এটা মুদ্ৰাৰে দুটা পিঠি। কাৰণ যিকোনো বস্তুৰে ভাল বেয়া দুয়ো থাকে। ভালদৰে ব্যৱহাৰ কৰিলে ভাল, আৰু বেয়া ধৰণে ব্যৱহাৰ কৰিলে বেয়া হব। ফেচবুকৰ ভাল দিশ ফেচবুকৰ জৰিয়তে আমি নিজৰ ফটো, ভিডিঅ’, লেখনিৰ জৰিয়তে নিজৰ মনোভাৱ বন্ধুবৰ্গৰ সৈতে প্ৰকাশ কৰিব পাৰোঁ। ফেচবুক এপ্লিকেশ্বনৰ জৰিয়তে বাতৰি আপডেত পাওঁ, বাৰ্তা প্ৰেৰণ কৰিব পাৰি, … Read more

ফেচবুকৰ প্ৰয়োজনীয়তা

ফেচবুক কি? ফেচবুক হৈছে এক সামাজিক নেটৱৰ্কিং ছাইট যিয়ে আপোনাৰ বাবে পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে অনলাইন সংযোগ আৰু ভাগ বতৰা কৰা সহজ কৰি তোলে। বৰ্তমান ফেচবুকৰ প্ৰয়োজনীয়তা বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানে বহুতো মানুহক আগলৈ লৈ গৈছে। ঠিক তেনেকৈ ছচিয়েল মিডিয়াৰ ক্ষেত্ৰতে হওঁক, এদিন এৰাতিৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। আমি দৈনদিন ছচিয়েল মিডিয়াত ফেচবুক, … Read more

অসমীয়া ভাব সম্প্ৰসাৰণ

ভাব সম্প্ৰসাৰণ আঁঠুৱা চাই ঠেং মেলা আঁঠুৱাৰ ভিতৰত আঁঠৱা যিমান দীঘল সেই হিচাপেহে ভৰি মেলি শুব লাগে। নহ’লে ভৰি লাগি আঁঠুৱা ফাটিব পাৰে বা দাং খাই মহ সোমাব পাৰে। এনে হ’লে আঁঠুৱা তৰি শোৱাৰ কোনো অৰ্থই নাথাকে। ঠিক তেনেদৰে যাৰ যিমান সামৰ্থ্য ঠিক সেইমতে কাম কৰিব লাগে অথবা যাৰ যিমান আয় সেইমতে ব্যয় কৰিব লাগে। … Read more

আবেদন পত্ৰ লিখাৰ নিয়ম | Assamese Application

       আমাৰ বুৰঞ্জীত পাঠ লুতিয়াই চালে আমি দেখিবলৈ পাওঁ যে, সেইদিনত অগ্ৰদূতে ঘোঁৰাত উঠি এঠাইৰ পৰা আন ঠাইলৈ চিঠিপত্ৰ অনা নিয়া কৰিছিল। কিন্তু বৰ্তমানে ডাকোৱালজনে চিঠিবোৰ আনে। বহু যুগৰ পৰা চিঠি বা আবেদন পত্ৰ লিখি অহাৰ এটা পৰম্পৰা চলি আহিছে আৰু ইয়াক বৰ্তমান এটা বহু গুৰুত্বপূৰ্ণ বিষয় হিচাপে ধৰা হয়। বৰ্তমান সকলো চৰকাৰী, বেচৰকাৰী প্ৰতিষ্ঠানৰ … Read more

এছচিইআৰটি অসম ডি.এল.এড নামভৰ্তি 2022 | d el ed online apply 2022 assam

এছ.চি.ই.আৰ.টি. অসম ডি.এল.এড নামভৰ্তি ২০২২ – ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এছ.চি.ই.আৰ.টি.), অসমে ২ বছৰীয়া ডিপ্লোমা ইন এলিমেণ্টৰী এডুকেশ্বন (ডি.এল.এড) পাঠ্যক্ৰম ২০২২-২৪ ৰ বাবে নামভৰ্তি সম্পৰ্কে এখন জাননী প্ৰকাশ কৰিছে। যিসকলে ডি.এল.এড কৰিব ইচ্ছুক হৈ আছে তেওঁলোকে অতি সোনকালে আবেদন দাখিল কৰিব পাৰিব। এছচিইআৰটি অসম ডি.এল.এড নামভৰ্তি ২০২২ Course ৰ নাম: ডিপ্লোমা ইন এলিমেণ্টৰী … Read more

ভাৰতীয় সংবিধান গঠন(Formation of the Indian Constitution) Bharatiya Songbidhan(Assamese)

ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰি উলিয়াবলৈ এখন সংবিধান সভাৰ আৱশ্যকতা যে স্বাধীনতা লাভৰ পাছতহে অনুভৱ কৰা হৈছিল তেনে নহয়; প্ৰথম মহাসমৰৰ পাছৰ পৰা বহুতো দূৰদৰ্শী ভাৰতীয় নেতাই এখন সংবিধান সভা গঠনৰ দাবী উত্থাপন কৰি আহিছিল। সুদীৰ্ঘকালীন আন্দোলনৰ ফলস্বৰূপে ভাৰতীয়সকলে ঔপনিবেশিক শাসনৰ কবলৰ পৰা ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰিছিল। ইয়াৰ প্ৰায় আঢ়ৈ বছৰৰ … Read more

ইউজিচি-নেট এডমিট কাৰ্ড ২০২১ বৰ্ষৰ ডাউনলোড কৰক | UGC-NET Admit Card Download

    ভাৰতীয় বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ বাবে সহকাৰী অধ্যাপকপদ, কনিষ্ঠ গৱেষণা ফেলোশ্বিপ বা দুয়োটাৰ যোগ্যতাৰ বাবে ভাৰতীয় নাগৰিকৰ যোগ্যতা নিৰ্ধাৰণ কৰাৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) হৈ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নেট-NET) অনুষ্ঠিত কৰা হয়।     ইউজিচি-নেট প্ৰতি বছৰে দুবাৰকৈ অনুষ্ঠিত কৰা হয়। কোভিড-১৯ৰ প্ৰতি লক্ষ্য ৰাখি ডিচেম্বৰ ২০২০ ইউজিচি-নেট পিছুৱাই দিয়াৰ বাবে, জুন ২০২১ ইউজিচি-নেটৰ সময়সূচী … Read more

গুৱাহাটী বিশ্ববিদ্যালয় বি.এড এডমিট কাৰ্ড ২০২১ | GU D.ed admit card 2021

গুৱাহাটী বিশ্ববিদ্যালয় বি.এড এডমিট কাৰ্ড ২০২১     গুৱাহাটী বিশ্ববিদ্যালয়ে শীঘ্ৰেই জিইউ বি.এড. পাঠ্যক্ৰম, ২০২১–২০২২ অধিৱেশনত নামভৰ্তিৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় বি.এড. কমন এণ্ট্ৰেঞ্চ টেষ্ট (GUBEDCET)ৰ এডমিট কাৰ্ড মুকলি কৰিবলৈ গৈ আছে। GUBEDCET ২০২১ ৰ বাবে অনলাইন আবেদন কৰা প্ৰাৰ্থীসকলে এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা তেওঁলোকৰ কল লেটাৰ ডাউনলোড কৰিব পাৰে। গুৱাহাটী বিশ্ববিদ্যালয় বি.এড এডমিট কাৰ্ড ২০২১ … Read more