ভাৰত আৰু শ্ৰীলংকাৰ মাজত সম্পৰ্কৰ জটিলতাসমূহ
দেশ দুখনৰ মাজত দেখা দিয়া এটি দীৰ্ঘদিনীয়া সমস্যা হৈছে ভাৰতৰ পৰা যোৱা অৰ্থাৎ শ্ৰীলংকাত বসবাস কৰি থকা তামিলসকলক লৈ সৃষ্টি হোৱা সমস্যা। শ্ৰীলংকাত বাস কৰা সিংহলি সংখ্যাগৰিষ্ঠতাই ৰাজনীতি শক্তিক পৰিচালনা কৰি আহিছে। এই ক্ষেত্ৰত তামিলসকলৰ খুউব কম সংখ্যকহে দেশখনৰ নাগৰিকত্ব প্ৰদান কৰিছে। ফলত ভাৰত বংশোদ্ভুত বহুসংখ্যক লোকেই ইয়াৰ বিৰোধিতা কৰি ভাৰত-শ্ৰীলংকাৰ মাজত বিৰোধৰ সংঘাতপূৰ্ণ … Read more