ড৹ বিৰিঞ্চিকুমাৰ বৰুৱাৰ বিষয়ে চমুকৈ | About Dr. Birinchikumar Baruah briefly
অসমৰ এগৰাকী সুপণ্ডিত তথা প্ৰাচ্যতত্ত্ববিদ ড৹ বিৰিঞ্চিকুমাৰ বৰুৱাৰ জন্ম হয় নগাঁৱৰ বিখ্যাত খৰঙী বৰুৱা পৰিয়ালত ১৯১০ চনত। নগাঁৱতে স্কুলীয়া শিক্ষা শেষ কৰি কলিকতাৰ পৰা তেওঁ সুখ্যাতিৰে বি এ পাছ কৰে। ইয়াৰ পিছত কিছুদিন শিক্ষকতা কৰি পুনৰ কলিকতালৈ যায় আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পালি ভাষাত এম এ আৰু লগতে আইন পৰীক্ষাও পাছ কৰে। তেওঁ কলিকতা … Read more