ছাত্ৰ আৰু ৰাজনীতি
ৰাজনীতি শব্দটোৰ অৰ্থ হৈছে ৰজাৰ ৰাজ্যশাসনৰ যি নীতি সেয়াই ৰাজনীতি। একেদৰে বৰ্তমান গণতান্ত্ৰিক সমাজ ব্যৱস্থাত এনে ধৰণৰ ৰজাৰ শাসন ব্যৱস্থা নাই যদিও ঠিক একে ধৰণৰ শাসন তথা ৰাষ্ট্ৰ পৰিচালনাৰ নীতি প্ৰচলন আছে। এক নিৰ্দিষ্ট শাসন নীতিৰ জৰিয়তে ৰাষ্ট্ৰ এখন পৰিচালনা হয়। বৰ্তমান সময়ত এই ৰাজনীতি শব্দটোৰ পৰিসৰ অতি ব্যাপক হৈ পৰিছে। বিভিন্ন সংগঠনসমূহে ৰাষ্ট্ৰ … Read more