আইজাক নিউটনৰ বিষয়ে চমুকৈ

       বৈজ্ঞানিক নিউটন ১৬৪২ খ্ৰীষ্টাব্দত ইংলেণ্ডত লাংকাশ্বায়াৰত ছাৰ আইজাকৰ জন্ম হৈছিল। তেওঁৰ জন্মৰ আগতে দেউতাকৰ মৃত্যু হয় আৰু তেওঁৰ তিনি বছৰ বয়সতে মাকেও দ্বিতীয় বিবাহপাশত আৱদ্ধ হয়। ফলত তেওঁ এক অকলশৰীয়া জীৱন-যাপন কৰিবলগীয়া হয়। নিউটনে উচ্চ শিক্ষা লাভৰ বাবে ভৃত্যৰ কামো কৰিছিল। কিতাপ আছিল তেওঁৰ লগৰীয়া। ১৬৬৪ চনৰ পৰা তেওঁ ‘On the Motion of Bodies … Read more

What is ATM Card? in Assamese | এটিএম কাৰ্ড মানে কি?

ATM ৰ সম্পূৰ্ণ নাম হৈছে অটোমেটেড টেলাৰ মেচিন(Automated Teller Machine) যিটো এটা স্ব-সেৱা বেংকিং আউটলেট। আপুনি এই মেচিনচত টকা উলিয়াব পাৰে, আপোনাৰ বেলেঞ্চ পৰীক্ষা কৰিব পাৰে, আনকি ধন স্থানান্তৰ কৰিব পাৰে। দেশৰ বিভিন্ন প্ৰান্তত কেছ মেচিন স্থাপন কৰি বিভিন্ন বেংকে নিজৰ এটিএম সেৱা আগবঢ়ায়। আপোনাৰ এটিএম কাৰডৰ জৰিয়তে যিকোনো ঠাইত এটিএম মেচিনত গৈ পইচা উলিয়াব … Read more

মুক্ত বিদ্যালয়ৰ বিষয়ে চমু বর্ণনা

    মুক্ত বিদ্যালয় ব্যৱস্থাটো বৰ্তমান সমাজ ব্যৱস্থাৰ এটা অতি তাৎপর্যপূর্ণ ধাৰণা। সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ ল’ৰা-ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত সমভাৱে অগ্ৰসৰ হ’ব নোৱাৰে। বিশেষকৈ অৰ্থনৈতিকভাৱে দুৰ্বল যিবোৰ ল’ৰা-ছোৱালী সাধাৰণ শিক্ষাখিনি নোপোৱাকৈয়ে কর্মক্ষেত্ৰত সোমাই পৰে, সেইসকলৰে শিক্ষালাভৰ প্ৰতি আগ্ৰহী সকলক শিক্ষা দিয়াৰ সুবিধার্থে মুক্ত বিদ্যালয় গঢ় লৈ উঠিছে। ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল ১৯৮৩ চনত দিল্লীত। মুক্ত … Read more

ভাৰতত আঞ্চলিক দলৰ গুৰুত্ব কিয় বাঢ়িছে

আঞ্চলিক ভিত্তিত গঢ়ি উঠা আঞ্চলিক দলসমূহ বিভিন্ন আঞ্চলিক সমস্যাৰ সম্বন্ধে তেওঁলোক জ্ঞাত। সেয়ে এই আঞ্চলিক দলৰ গুৰুত্বতাই এই সমস্যাসমূহ কেন্দ্ৰত উত্থাপনৰ দ্বাৰা শাসনাধিষ্ঠিত দলে সফলতাৰে আঁচনি প্ৰস্তুত আৰু কাৰ্যকৰী ব্যৱস্থাৰে সমাধানৰ উপায় বিচাৰি উলিয়াব পাৰে। তামিলনাডুৰ ডি এম কে, অন্ধ্ৰুপ্ৰদেশৰ তেলুগু দেশম, পঞ্জাৱৰ শিৰোমণি আকালি দল, জম্মু-কাশ্মীৰৰ জাতীয় মহাসভা, উত্তৰ প্ৰদেশৰ বহুজন, সমাজবাদী দল, অসমৰ … Read more

বৰগীত সম্পর্কে চমুকৈ | Briefly about Borgeet

বৰগীতসমূহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ অভিনয় সৃষ্টি। ‘বৰগীত’ নামকৰণ অৱশ্যে মহাপুৰুষ দুজনাই কৰা নাই। পৰবৰ্তী বৈষ্ণৱ ভক্ত ইহে গুৰু দুজনাই ৰচনা কৰা মহত্বপূৰ্ণ গীতসমূহক ‘বৰগীত’ আখ্যা দিয়ে। বৰগীতসমূহক ড° বানীকান্ত কাকতিয়ে Noble Numbers, কালিৰাম মেধিয়ে Songs celestial আখ্যা দিয়ে। মহাপুৰুষ দুজনাৰ আধ্যাত্মিক ভাৱ সম্পন্ন ৰচনাভংগীৰ সৌষ্ঠৱ আৰু শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য আৰু কল্পনাৰ সংযম থকা ব্ৰজাৱলী … Read more

শিশু সাহিত্যিক ভবেন্দ্ৰ নাথ শইকীয়া | About Bhabendra Nath Saikia briefly

অসমৰ সাংস্কৃতিক জগতখনলৈ ভবেন্দ্ৰ নাথ শইকীয়াৰ অৱদান বিশেষভাৱে উল্লেখনীয়। তেওঁ একাধাৰে চুটিগল্পকাৰ, ঔপন্যাসিক, শিশু সাহিত্যিক তথা কথাছবি প্রযোজক আছিল। শ‍ইকীয়াদের অসমীয়া সাহিত্য জগতত বিশেষকৈ চুটিগল্পকাৰ হিচাপে প্ৰখ্যাত। তেওঁৰ গল্প সংকলনকেইখন হ’ল ৰহৰী (১৯৬৩), বৃন্দাবন (১৯৬৫), গহ্বৰ (১৯৬৯), সেন্দুৰ (১৯৭১), শৃংখল (১৯৭৫), ভবেন্দ্ৰনাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প : পঞ্চাছৰ দশক (১৯৭৬), তৰংগ (১৯৭৯), এই বন্দৰৰ আবেলি (১৯৮৮), … Read more

যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়ে চমু পৰিচয় | About Jatindra Nath Duwara briefly

বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল ১৮৯২ চনৰ ৪ মাৰ্চ তাৰিখে শিৱসাগৰত৷ ৰংপুৰৰ সম্ভ্ৰান্ত দুৱৰা বংশৰ শ্যামসুন্দৰ দুৱৰা আৰু পুণ্যদা দুৱৰাৰ সন্তান যতীন্দ্ৰ নাথ আছিল কামদেৱৰ দৰে সুন্দৰ আৰু বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীধাৰী শিক্ষকতাৰে কৰ্ম জীৱন আৰম্ভ কৰা যতীন্দ্ৰনাথ দুৱৰাই জৰ্জ ইন্‌ষ্টিটিউচন স্কটিছ চার্চ কলেজিয়েট স্কুল, কলিকতা বিশ্ববিদ্যালয়ৰ আৰু ডিব্ৰুগড়ৰ হনুমানবক্স সুৰখমল কানৈ মহাবিদ্যালয় আদিত শিক্ষাদান … Read more

লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে চমুকৈ | About Lakshminath Bezbaroa briefly

ব্ৰহ্মপুত্ৰৰ বুকুত নাৱৰ কুন্ধিত ১৮৬৮ চনৰ কোনো এক লক্ষ্মী পূৰ্ণিমাৰ নিশা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃ-মাতৃ আছিল দীননাথ বেজবৰুৱা আৰু থানেশ্বৰী দেৱী। দীননাথ বেজবৰুৱাই ইংৰাজ চৰকাৰৰ অধীনত সুলিফৰ কাম কৰিছিল। তেওঁ আহোম ৰাজত্বৰ শেষ সময়ৰ স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজত্বত বেজবৰুৱাৰ খিতাপত অধিষ্ঠিত হৈছিল। ধনে-মানে, ঐশ্বর্য-বিভূতিয়ে দীননাথ বেজবৰুৱাৰ পৰিয়াল অসম বিখ্যাত আছিল। মাতৃ থানেশ্বৰী … Read more

বাতৰি কাকত | Batori Kakot Assamese

আধুনিক সমাজৰ জনপ্ৰিয় গণমাধ্যম হৈছে বাতৰি কাকত। বাতৰি কাকতে দেশ-বিদেশৰ বিভিন্ন বা-বাতৰি, বিভিন্ন আলোচনা, বিভিন্ন সাহিত্যিকৰ সাহিত্যৰাজি আদি হাতত তুলি ধৰি আমাক বিমল আনন্দৰ যোগান ধৰে। এখন সমাজৰ সামাজিক, অৰ্থনৈতিক তথা সমসাময়িক বিভিন্ন বিষয়ক প্ৰতিফলন কৰা বাতৰি কাকত হৈছে আধুনিক পৃথিৱীৰ প্ৰতিফলন। বাতৰি কাকত উৎপত্তিঃ পৃথিৱীত সৰ্বপ্ৰথম বাতৰি কাকত উদ্ভাৱন হৈছিল চীন দেশত। ইউৰোপত প্ৰথম … Read more

কৃষ্ণকান্ত সন্দিকৈ | Krishna Kanta Handique

কৃষ্ণকান্ত সন্দিকৈ (১৮৯৮-১৯৬২)        যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ আৰু নাৰায়ণী সন্দিকৈৰ প্ৰথম পুত্ৰ কৃষ্ণকান্ত সন্দিকৈয়ে ১৯১৩ চনত যোৰহাট চৰকাৰী হাইস্কুৰ পৰা প্ৰথম বিভাগত এণ্ট্ৰেস পৰীক্ষা পাছ কৰি কটন কলেজত আই.এ.লৈকে পঢ়ে। কলকাতাৰ সংস্কৃত কলেজৰ পৰা সংস্কৃতত প্ৰথম শ্ৰেণীৰ সন্মানসহ বি.এ. পাছ কৰে। ১৯১৯ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম হৈ এম.এ. পাছ কৰে। বিলাতত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰাও … Read more