জ্যোতিপ্ৰসাদ আগৰৱালা(Jyoti Prasad Agarwala)ৰ চমু পৰিচয়
১৯০৩ চনত তেজপুৰৰ তামোলবাৰী চাহবাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়। তেওঁ স্কুলীয়া শিক্ষা তেজপুৰ, ডিব্ৰুগড়ত লয় আৰু ১৯২১ চনৰ তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়। কলিকতাৰ নেশ্যনেল কলেজত নাম লগাই যদিও তাতে পঢ়াজীৱন শেষ হয়। ১৯২৬ চনত উচ্চ শিক্ষাৰ বাবে বিলাতলৈ যায় আৰু এডিনবৰা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে, … Read more