কবি নলিনীবালা দেৱীৰ জীৱন আৰু সাহিত্যকৰ্মৰ চমু পৰিচয় | About Nalini Bala Devi briefly
কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ জ্যেষ্ঠ কন্যা নলিনীবালা দেৱীৰ জন্ম হৈছিল ১৮৯৮ চনত।নলিনীবালা দেৱী এনে এটি প্রাচীন সংস্কৃতিসম্পন্ন পৰিয়ালত জন্মগ্ৰহণ কৰিছিল যিটো পৰিয়ালত সাহিত্যানুৰাগ আৰু স্বদেশপ্ৰীতিৰ স্ফুৰণ ঘটিছিল। নলিনীবালাৰ পিতামহ মাধৱচন্দ্ৰ বৰদলৈ ব্ৰিটিছ চৰকাৰৰ উচ্চ বিষয়া আছিল যদিও নিষ্ঠাৱান বৈষ্ণৱ আছিল ৷ বুঢ়ীমাকো পুৰণি গীত-মাত আদিত পাকৈত মহিলা আছিল। পিতৃ নবীনচন্দ্ৰ বৰদলৈ অসম কংগ্ৰেছৰ অপ্রতিদ্বন্দ্বী নেতা … Read more